গুৱাহাটীত পূজাৰীৰ দেহত ক’ৰোনা মহামাৰী… দেশৰ লগত এ ৰাজ্যত অব্যাহত ক’ৰোন মহামাৰীৰ সংহাৰী ৰূপ। বৰ্তমান গুৱাহাটী মহানগৰীত গণ সংক্ৰমনৰ ৰূপ লৈ আতংক চলাইছে ক’ৰোনা মহামাৰী। এই সময়তে মহানগৰীত এক ভয়ংকৰ ঘটনা পোহৰলৈ অহিছে। ক’ৰোনাকেন্দ্ৰিক পৰিস্থিতি অধিক জটিল হৈ পৰিছে মহানগৰীত । শেহতীয়াকৈ মহানগৰীৰ লাচিত নগৰৰ এগৰাকী পুজাৰীৰ দেহত ধৰা পৰিছে কোৰোনা। আক্ৰান্ত পূজাৰীজনৰ নাম ৰমেশ …
Author: Nabarun Kumar Dutta
সন্ত্ৰাসবাদীৰ আক্ৰমণত পুণৰ শ্বহীদ ভাৰতীয় চিআৰপিএফ জোৱান…
সন্ত্ৰাসবাদীৰ আক্ৰমণত পুণৰ শ্বহীদ ভাৰতীয় চিআৰপিএফ জোৱান… ক’ৰোনাৰ আতংকৰ মাজতে আকৌ এবাৰ মাতৃৰ বুকু উদং কৰি দেশৰ ববে প্ৰান দিলে ভাৰতীয় চিআৰপিএফৰ সৈনিকে। জম্মু-কাশ্মীৰত পুনৰ চিআৰপিএফ বাহিনীৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ। সন্ত্ৰাসবাদীৰ দলে হঠাৎ চিআৰপিএফ বাহিনীৰ ওপৰত আক্ৰমন চলাই। হঠাৎ চলোৱা এই আক্ৰমনত এজন চিআৰপিএফ জোৱান নিহত হয়। আনহাত আহত হয় পৰে ৩ জন চিআৰপিএফ জোৱান। …
গুৱাহটীত অসমৰ ভিতৰতে বৃহৎ অস্থায়ী কোভিড হাস্পতাল…
গুৱাহটীত অসমৰ ভিতৰতে বৃহৎ অস্থায়ী কোভিড হাস্পতাল… ক’ৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ অসমত কেইবাখনো অস্থায়ী হাস্পতাল নিৰ্মাণ কৰা হৈছে। ইয়াৰ মাজতে মহানগৰীত নিৰ্মাণ কৰা হৈছে এখন অস্থায়ী চিকিৎসালয়। এই চিকিৎসালয়ত থাকিব ৪০গৰাকী চিকিৎসক, ১৫০গৰাকী নাৰ্ছ আৰু অন্যান্য চিকিৎসা কৰ্মীসকল। এতিয়া স্বাস্থ্য বিভাগৰ বাবে ভৰসাৰ স্থল হৈ পৰিছে এই চিকিৎসালয়খন। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কোৰোনা …
ক’ৰোনা পৰীক্ষাৰ ফলাফল পাব অতি সোনকলে: অসম চৰকাৰে ল’লে নতুন পদক্ষেপ…
ক’ৰোনা পৰীক্ষাৰ ফলাফল পাব অতি সোনকলে: অসম চৰকাৰে ল’লে নতুন পদক্ষেপ… সমগ্ৰ দেশৰ লগতে ৰাজ্যত ও ক’ৰোনা মহামাৰীৰ আতংক ভয়াবহ ৰূপ লোৱা দেখা গৈছে। গণ স্ংক্ৰমন ৰোধ কৰা বাবে ৰাজ্য চৰকাৰে বিভিন্ন ধৰনৰ পদক্ষেপ হাতত লৈছে। আজি জনতা ভৱনত এক সংবাদমেলৰ আয়োজন কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইসংবাদমেলত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে, যোৱা মঙলবাৰৰ পৰা অসমত …
গুৱাহাটীত ২৪ঘন্টাত ১৭২গৰাকী লোক আক্ৰান্ত ক’ৰোনা মহামাৰীত..
গুৱাহাটীত ২৪ঘন্টাত ১৭২গৰাকী লোক আক্ৰান্ত ক’ৰোনা মহামাৰীত.. দেশৰ লগত ৰাজ্যত ক্ৰমান্বয় বাঢ়ি গৈ আছে ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। বিশেষকৈ গুৱাহাটী মহানগৰীত প্ৰতিটো দিনটেই ধৰা পৰিছে ক’ৰোনা আক্ৰান্ত লোক। সোমবাৰে নিশা স্বাস্থ্যমন্ত্ৰীয়ে এক টুইট যোগে সদৰি কৰে যে, অসমত ৩০২গৰাকী লোক পুনৰ ক’ৰোনাত আক্ৰান্ত হৈছে আৰু ইয়াৰে ১৭২গৰাকীয়েই হৈছে গুৱাহাটীৰ বাসিন্দা। মাত্ৰ ২৪ঘন্টাৰ ভিতৰত গুৱাহাটীত ১৭২গৰাকী …
বিয়াৰ পিছদিনাই বিধবা হ’ল কইনা, বিয়াত উপস্থিত ১১১গৰাকী কোৰোনা আক্ৰান্ত…
বিয়াৰ পিছদিনাই বিধবা হ’ল কইনা, বিয়াত উপস্থিত ১১১গৰাকী কোৰোনা আক্ৰান্ত… ক’ৰোনাই অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে বিশ্বৰ লগতে ভাৰতত। কোৰোনাৰ এই সংকটৰ সময়তে শেহতীয়াকৈ বিহাৰ প্ৰশাসন চিন্তিত হৈ পৰিছে এখন বিয়াক লৈ। ১৫জুনত অনুষ্ঠিত হৈছিল এই বিয়া। ক’ৰোনাৰ অতিপাত সংক্ৰমণৰ মাজতে বিহাৰত অনুষ্ঠিত হৈছিল এখন বিয়া। এই বিয়াত একলগ হোৱা ১১১গৰাকী লোকৰ দেহত ধৰা পৰিছে …
ভাৰতত বন্ধ হ’ল টিকটক, কি মন্তব্য টিকটক কৰ্তৃপক্ষৰ…
ভাৰতত বন্ধ হ’ল টিকটক, কি মন্তব্য টিকটক কৰ্তৃপক্ষৰ… ভাৰত আৰু চীনৰ সংঘাতৰ পিছত ক্ষোভৰ জুইত জ্বলিছে ভাৰত বৰ্ষ। ভাৰতীয় জনতাই চীনৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি চীনা সমগ্ৰী বৰ্জন কৰাৰ বাবে পদক্ষেপ হাতত লৈছে। পৰিণতি স্বৰূপে যোৱা সোমবাৰে ভাৰতে ৫৯টা চীনা এপছ ভাৰতত নিষিদ্ধ কৰিছে। ইয়াকে লৈ ভাৰতৰ বিভিন্ন মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। ভাৰত চৰকাৰৰ …
প্ৰধানমন্ত্ৰীয়ে আজি বিয়লি ৪ বজাত দেশবাসীক সম্বোধন কৰিব…
প্ৰধানমন্ত্ৰীয়ে আজি বিয়লি ৪ বজাত দেশবাসীক সম্বোধন কৰিব.. আজি বিয়লি ৪বজাত দেশবাসীৰ লগত বাৰ্তালপ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ক’ৰোনা মহামৰীৰ আতংকৰ সময়ত কেবাবৰো অনলাইন যোগে দেশ বাশিৰ লগত বাৰ্তালাপ কৰে প্ৰাধান মন্ত্ৰী গৰাকীয়ে। দেশত ক্ৰমান্বয়ে বৃদ্ধি পোৱা কোৰোনাৰ সংক্ৰমণৰ লগতে ভাৰত-চীনৰ সীমান্তত অব্যাহত সংঘাতৰ দৰে বিষয়ক লৈ দেশবাসীৰ সৈতে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইয়াৰ লগতে …
গ্ৰেপ্তাৰ হ’ব নেকি মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প!…
গ্ৰেপ্তাৰ হ’ব নেকি মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প!… কিছুদিন আগতে ইৰানৰ বাগদাদত ড্ৰোণ আক্ৰমণৰ ফলত ইৰানী সেনাৰ শীৰ্ষ জেনেৰেল কাছিম চুলেমানৰ মৃত্যু হয়। ইয়াৰ পিছত ইৰানৰ বাগদাদত ড্ৰোণ আক্ৰমণৰে ইৰানী সেনাৰ শীৰ্ষ জেনেৰেলক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰৰ বাবে ৱাৰেন্ট জাৰি কৰিছে আমেৰিকা ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু আন ১২গৰাকী লোকৰ বিৰুদ্ধে। ইৰানে ইন্টাৰপলৰ সহযোগিতা বিচাৰিছে এই সমূহলোকক …
পুনৰ ভয়ংকৰ ভূমিস্খলন, মালিগাঁও মাধৱদেৱ নগৰত….
পুনৰ ভয়ংকৰ ভূমিস্খলন, মালিগাঁও মাধৱদেৱ নগৰত… কিছুদিনৰ পৰা নেৰা নেপেৰা বৰষুন দি থকাত অসমৰ বিভিন্ন স্থানত বানৰ কাল ৰূপ দেখা গৈছে। ইয়াৰ লগত এ গুৱাহাটী চহৰত বৰষুনৰ বাবে ঠায়ে ঠায়ে ভূমিস্খলনৰ ঘটনা দেখা যায়। পুনৰ সংঘটিত মহানগৰীত ভূমিস্খলনৰ ঘটনা। এইবাৰ মহানগৰী ৰ মালিগাঁও মাধৱ দেৱ নগৰত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। মালিগাঁও মাধৱ দেৱ নগৰত এজাক …