“ভাৰতৰ ১ ইঞ্চি মাটিলৈও কোনেও চকু তুলি চাব নোৱাৰে।“ চীনক চৰম সকীয়নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ: লাডাখত চীন আৰু ভাৰতৰ সৈনিকৰ মাজত হোৱা সংঘৰ্ষৰ পিচত গোতেই ভাৰততে এতিয়া শোকাকূল পৰিস্থিতি বিৰাজ কৰাৰ লগতে ভাৰতীয় নাগৰিকৰ চীনৰ এই কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দেখা গৈছে। “ভাৰতে প্ৰতিটো বিষয়তে চীনৰ সৈতে চকুত চকু ৰাখি আগবাঢ়িব। আমি এক ইঞ্চিও ভুমি …