The adaptable 34-year-old yields that being approached to play at left-back left him with a choice to make, yet he has never evaded a test James Milner concedes that he could have pushed for a move away from Liverpool when requested to play at left-back all through the 2016-17 battle, yet the 34-year-old has never …
Author: Nabarun Kumar Dutta
ভূমিকম্পই জোকাৰিলে মিজোৰাম…
ভূমিকম্পই জোকাৰিলে মিজোৰাম… ক’ৰোনাৰ আতংকৰ মাজতে মিজোৰামত ভূমিকম্পৰ জোকাৰণি। মিজোৰামৰ চম্ফাইৰ সমীপত অনুভূত হ’য় এই ভূমিকম্প। ভূমিকম্পটোৰ প্ৰাৱল্য আছিল প্ৰাই ৪.৬। শুক্ৰবাৰে দিনৰ প্ৰায় ২ বাজি ৩৫ মিনিটত অনুভূত হৈছিল এই ভূমিকম্প। জানিব পৰা মতে কোনো লোক হতাহত হোৱা নাই এই ভূমিকম্পত। বৰ্তমান কোনো ধৰনৰ বিশেষ ক্ষয়-ক্ষতি দেখা হোৱা নাই।
১৫ আগষ্টৰ পিছত হয়তো ওলাব ক’ৰোনাৰ ভেকচিন…
১৫ আগষ্টৰ পিছত হয়তো ওলাব ক’ৰোনাৰ ভেকচিন… কোৰোনা ভাইৰাছৰ সন্ত্ৰাস বৃদ্ধিৰ লগে লগে ইয়াৰ প্ৰতিকাৰক প্ৰস্তুত কৰাৰ বাবে তৎপৰ হৈ পৰিছে প্ৰতিখন দেশ। শেহতীয়াকৈ আইচিএমআৰেও ক’ৰোনাৰ প্ৰতিষেধক ৰাইজৰ মাজলৈ আগবঢ়াই দিয়াৰ বাবে যাবতীয় সকলো ধৰনৰ প্ৰচেষ্টা হাতত লৈছে। ভাৰত বায়’টেক ইন্টাৰনেশ্যনেল লিমিটেডৰ সৈতে লগ হৈ এইচিএমআৰে কোৰোনাৰ ভেকচিন ৰ ক্লিনিকেল ট্ৰায়েলৰ বাবে ব্যৱস্থা কৰিছে। ভাৰত …
বলিউডৰ প্ৰসিদ্ধ ছবি নিৰ্মাতা সঞ্জয় লীলা ভাঞ্চালী এইবাৰ আৰক্ষীৰ কাঠগড়াত…
বলিউডৰ প্ৰসিদ্ধ ছবি নিৰ্মাতা সঞ্জয় লীলা ভাঞ্চালী এইবাৰ আৰক্ষীৰ কাঠগড়াত… কিছুদিন পুৰ্বে বলিউডৰ প্ৰসিদ্ধ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ সমগ্ৰ দেশত এ শোকৰ চা পৰা দেখা যায়। অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ কাণ্ডক লৈ এতিয়াও অব্যাহত হৈ আছে চাঞ্চল্য। কেন পৰিস্থিতিত পৰি এইগৰাকী জনপ্ৰিয় বলিউড অভিনেতাই আত্মহত্যা কৰিলে তাৰ তথ্য কাৰোৰে হাতত নাই। তাৰ …
অসমৰ প্ৰথমটো প্লাজমা বেংক আৰম্ভ, গুৱাহাটীত….
অসমৰ প্ৰথমটো প্লাজমা বেংক আৰম্ভ, গুৱাহাটীত … অসমৰ প্ৰথমটো প্লাজমা বেংক আৰম্ভ আৰম্ভ হ’ল গুৱাহাটীত। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুক্ৰবাৰে এই প্লাজমা বেংকতো শুভাৰম্ভ কৰে। জিএমচিএইচত স্থাপন কৰা হৈছে এই প্লাজমা বেংকটো। এই প্লাজমা বেংকত প্ৰথমবাৰৰ বাবে প্লাজমা দান কৰিলে চিকিৎসক ডাঃ লিথিকেশে। উল্লেখ যোগ্য যে, ডাঃ লিথিকেশ অসমৰ প্ৰথমগৰাকী চিকিৎসক ক’ৰোনা ৰোগী আছিল। তেওঁ …
মুঠ ৩৫ গৰাকী কৰ্মচাৰী ক’ৰোনাত আক্ৰান্ত বৰপেটা থানা আৰু ৰাজহচক্ৰ কাৰ্যালয়ৰ …
মুঠ ৩৫ গৰাকী কৰ্মচাৰী ক’ৰোনাত আক্ৰান্ত বৰপেটা থানা আৰু ৰাজহচক্ৰ কাৰ্যালয়ৰ … সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটাৰ পাঠশালাত ক’ৰোনাৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আজি পুৱাৰ ভাগতে বৰপেটা জিলাৰ বৰনগৰ আৰু বৰপেটা ৰাজহচক্ৰৰ ৭জন কৰ্মচাৰী, বৰপেটা ৰোড আৰক্ষী থানাৰ ৪জনকে ধৰি ৩৫জনৰ ক’ৰোনা পজিটিভ ধৰা পৰাত একপ্ৰকাৰ আতংকৰ সৃষ্টি হয়। আক্ৰান্ত ৩৫জন লোকৰ ভিতৰত আক্ৰান্ত অধিক …
বলিউডত পুনৰ শোকৰ চা, জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ সৰোজ খানৰ মৃত্যু…
বলিউডত পুনৰ শোকৰ চা, জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ সৰোজ খানৰ মৃত্যু… বলিউডৰ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পিছত, এইবাৰ জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ সৰোজ খানৰ মৃত্যু। ৩ জুলাইৰ নিশা ১.৫২ বজাত তেওঁৰ মৃত্যু হয়। জানিব পৰা মতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ ফলত মৃত্যু হ’য় সৰোজ খানৰ। তেখেতৰ শেষকৃত্য শুকুৰবাৰে পুৱা মালাদ মুছলিম কবৰস্থানত সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত তেওঁ স্বামী …
ভাৰতত শুভাৰম্ভ কৰা হ’ল প্ৰথমটো প্লাজমা বেংকৰ….
ভাৰতত শুভাৰম্ভ কৰা হ’ল প্ৰথমটো প্লাজমা বেংকৰ। বিশ্বৰ লগতে ভাৰতত অব্যাহত ক’ৰোনাৰ আতংক। এই ভয়াবহ ৰোগৰ বিৰুদ্ধে কোনো ধৰনৰ দৰব বৰ্তমান ওলোৱা নাই। সেইহে চিকিৎসা বিভাগে ক’ৰোনাৰ বিপৰীতে প্লাজমা পদ্ধতি অষ্ট্ৰ হিচাবে লয়। বৃহস্পতিবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শুভাৰম্ভ কৰিলে দেশৰ প্ৰথমটো প্লাজমা বেংকৰ। কেজৰিৱালে কয় যে, এতিয়াৰে পৰা কোনো লোকৰ দেহত প্লাজমাৰ ক্ষেত্ৰত অভাৱ …
বিগত দিনত বৃদ্ধি পাই গৈ আছে প্ৰতি লিটাৰ ডিজেলৰ মূল্য।
বিগত দিনত বৃদ্ধি পাই গৈ আছে প্ৰতি লিটাৰ ডিজেলৰ মূল্য। ক’ৰোনা মহামাৰীৰ ফলত দেশৰ অৰ্থনিতিত বেয়াকে প্ৰভাব পৰে। বিভিন্ন কাৰনত দেশৰ বিভিন্ন ক্ষেত্ৰত মূল্য বৃদ্ধি হোৱা দেখা যায়। ভাৰতত পেট্ৰল, ডিজেলৰ মূল্য বহু পৰিমানে বৃদ্ধি হোৱা দেখা যায়। অবশ্যে ৰাইজক কিছু সকাহ প্ৰদান কৰি বিগত তিনি দিন ধৰি দেশত বৃদ্ধি হোৱা নাই পেট্ৰ’ল-ডিজেলৰ মূল্য। পূৰ্বে …
ৰাজ্যত পুনৰ ২জনৰ প্ৰান কঢ়িলে ক’ৰোনা ভাইৰছে…
ৰাজ্যত পুনৰ ২জনৰ প্ৰান কঢ়িলে ক’ৰোনা ভাইৰছে। দেশৰ লগতে ৰাজ্যত অব্যাহত ক’ৰোনা ভাইৰাচৰ আতংক। ৰাজ্যত পুনৰ এক বেয়া খবৰ। ক’ৰোনাত আক্ৰান্ত হৈ পুনৰ ২জন লোক নিহত হয়। বৃহস্পতি বাৰে মৃত্যু হৈছে লোক দুজনৰ। তেওঁলোক ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে বুলি জানিব দিয়ে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী গৰাকী। মৃত্যু হোৱা লোক দুজনৰ নাম ক্ৰমে, প্ৰভুদয়াল বিৰাৱাতকা আৰু সুভাষ …