সন্ত্ৰাসবাদীৰ আক্ৰমণত পুণৰ শ্বহীদ ভাৰতীয় চিআৰপিএফ জোৱান…

সন্ত্ৰাসবাদীৰ আক্ৰমণত পুণৰ শ্বহীদ ভাৰতীয় চিআৰপিএফ জোৱান…

ক’ৰোনাৰ আতংকৰ মাজতে আকৌ এবাৰ মাতৃৰ বুকু উদং কৰি দেশৰ ববে প্ৰান দিলে ভাৰতীয় চিআৰপিএফৰ সৈনিকে।  জম্মু-কাশ্মীৰত পুনৰ চিআৰপিএফ বাহিনীৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ।

সন্ত্ৰাসবাদীৰ দলে হঠাৎ চিআৰপিএফ বাহিনীৰ ওপৰত আক্ৰমন চলাই। হঠাৎ চলোৱা এই আক্ৰমনত  এজন চিআৰপিএফ জোৱান নিহত হয়। আনহাত আহত হয় পৰে ৩ জন চিআৰপিএফ জোৱান।

ইয়াৰে ২ জন আহত জোৱানৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

 

Leave a Comment