ৰাজ্যৰ শিক্ষাবৰ্ষ সলনি হ’ল: অনুমোদন ৰাজ্যিক কেবিনেটৰ … বিশ্বৰ লগতে অসমতো চলি আছে ক’ৰোনা মহামৰীৰ তাণ্ডৱ। ৰাজ্যৰ আন আন বিষয়ৰ লগতে বন্ধ হৈ অছে শিক্ষখণ্ড। ক’ৰোনা মহামৰীৰ ফলত অসমত সলনি কৰা হ’ল ৰাজ্যৰ শিক্ষাবৰ্ষ। বৰ্ষৰ ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈ হ’ব নতুন শিক্ষাবৰ্ষ। কোৰোনা সংকটৰ পৰিপ্ৰেক্ষিতত সোমবাৰৰ কেবিনেটে এই সিদ্ধান্তৰ অনুমোদন জনায় । উল্লেখ্য কিছুদিনৰ …
Author: Nabarun Kumar Dutta
এইবাৰ কোৰোনা ভাইৰাছ পেট্ৰল পাম্পৰ কৰ্মচাৰীৰ দেহত, মৰিগাঁওত:
এইবাৰ কোৰোনা ভাইৰাছ পেট্ৰল পাম্পৰ কৰ্মচাৰীৰ দেহত, মৰিগাঁওত: সোমবাৰে মৰিগাঁওৰ এটা পেট্ৰল পাম্পত কৰ্মৰত কৰ্মচাৰীৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ। আক্ৰান্ত কৰ্মচাৰীজনৰ নাম প্ৰদীপ সিং। মৰিগাঁও জিলাৰ বাসিন্দা। মৰিগাঁও জিলা স্বাস্থ্য বিভাগে ২৩ জুনত তেওঁৰ স্বাৱ সংগ্ৰহ কৰিছিল। পৰীক্ষাৰ অন্তত সোমবাৰে তেওঁৰ কোৰোনা পৰীক্ষাৰ ফলাফল আহে। দূৰ্ভাগ্য বসত তেওৰ দেহত ক’ৰোনা ৰোগ দেখা যায়। তেওঁ …
লকডাউনত মহানগৰীৰ কোন কেইটা পেট্ৰ’ল পাম্প খোলা থাকিব…
লকডাউনত মহানগৰীৰ কোন কেইটা পেট্ৰ’ল পাম্প খোলা থাকিব… ক’ৰোনা মহামাৰীৰ প্ৰতি লক্ষ ৰাখি দেওবাৰৰ নিশা ১২ বজাৰ পৰা সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে গুৱাহাটীত। এই সময়চোৱাত ফাৰ্মাচী, চিকিৎসালয় বা আন জৰুৰী সেৱাৰ সৈতে জড়িত লোকসকলৰ বাদে কোনো লোক বাহিৰলৈ ওলাব নোৱাৰিব। কিন্তু জৰুৰীকালীন সেৱাৰে জড়িত লোকসকলৰ বাহন এই লকডাউনৰ সময়তো চলি থাকিব। সেই সময়ত জৰুৰীকালীন …
ৰাজ্যত ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু পুনৰ এজন লোকৰ…..
ৰাজ্যত ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু পুনৰ এজন লোকৰ….. অসমত ক’ৰোনা মহামাৰীৰ ভয়াবহতা অব্যাহত। কালক্ৰমত বঢ়ি গৈ অছে ক’ৰোনা ৰোগীৰ সংখ্যা। ৰাজ্যত ক’ৰোনাত আক্ৰান্ত হৈ পুনৰ এজন লোকৰ মৃত্যু হৈছে। মৃত লোকজনৰ নাম হেমাংগ মজুমদাৰ। তেওঁৰ বয়স ৪৫ বছৰ। খানাপাৰাৰ বাসিন্দা লোকজন। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জানিব দিয়া অনুসৰি জিএমচিএইচত মৃত্যু হয় লোকজনৰ। তেওঁক …
ভাৰতে বন্ধুত্ব ৰক্ষাৰ লগতে শক্ৰক শিক্ষা দিয়া দুয়োটা কাম এ ভাল দৰে জানে: প্ৰধানমন্ত্ৰী মোডী…
ভাৰতে বন্ধুত্ব ৰক্ষাৰ লগতে শক্ৰক শিক্ষা দিয়া দুয়োটা কাম এ ভাল দৰে জানে: প্ৰধানমন্ত্ৰী মোডী… দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে সম্বোধন কৰে মন কী বাত অনুষ্ঠান। কোৰোনা মহামাৰীকে ধৰি বহু কেইটা বিষয় সাঙুৰি পতা হয় এই অনুস্থান। “মানুহবোৰ একলগ হৈ নহ’লে যিকোন মিছন সফল নহয় বুলি”, এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়। সেয়েহে আত্মনিৰ্ভশীল ভাৰতৰ বাবে …
সমগ্ৰ অসমতে এতিয়া বানৰ তাণ্ডৱ।
সমগ্ৰ অসমতে এতিয়া বানৰ তাণ্ডৱ: যোৱা কিছুদিন ধৰি নেৰা নেপেৰা বৰষুন দি অছে অসমত। অসমত নেৰা নেপেৰা বৰষুনৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ লগতে সৰু বৰ উপনৈ সমুহৰ জলস্তৰ বাঢ়ি অহা দেখা গৈছে। সমগ্ৰ অসমত এ এতিয়া ক’ৰোনা মহামাৰীৰ লগতে অব্যাহত অছে বানৰ তাণ্ডৱ। উজনি অসমৰ লগত এ নামনি অসমত ও বানৰ কাল ৰূপ পৰিলক্ষিত হৈছে। নদীৰ …
ব্ৰহ্মপূত্ৰৰ বাঢ়নী পানীৰ বানৰ তাণ্ডৱ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান্ত:
ব্ৰহ্মপূত্ৰৰ বাঢ়নী পানীৰ বানৰ তাণ্ডৱ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত: বিগত কেইবাদিনো ধৰি হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ লগতে তাৰ উপনৈৰ বাঢ়নী পানীয়ে সমগ্ৰ অসমত তাণ্ডৱৰ সৃষ্টি কৰিছে। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কাজিঙা ৰাষ্ট্ৰীয় উদ্যানত ন ন অঞ্চল প্লাৱিত কৰিছে। এটাৰ পিছত এটা কৈ বন শিবিৰৰ তলেৰে বৈছে পানী। ইতিমধ্যে অসমৰ আন আন ঠাইৰ বানাক্ৰান্ত পৰিয়াল …
গুৱাহাটীৰ বজাৰত এতিয়া শাক পাছলিৰ মূল্য বহু গুণে বাঢ়িছে:
গুৱাহাটীৰ বজাৰত এতিয়া শাক পাছলিৰ মূল্য বহু গুণে বাঢ়িছে: ২৯ জুন, ২০২০ৰ পৰা মহানগৰীত ১৪ দিনৰ বাবে হ’ব লকডাউন। এন এইচ চি এমৰ মুখ্য কাৰ্যালয়ত অনিচ্ছা স্বত্তেও গুৱাহাটীত লকডাউন দিব লগা হোৱা বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। সাধাৰণ শাক-পাচলিৰ লগতে সাধাৰণতে ব্যৱহাৰ কৰা আলু পিয়াজৰ মূল্য বৃদ্ধি বজাৰত। বজাৰলৈ যোৱা মানুহ অচেতন হোৱা …
অসমত বৃদ্ধি পাই আছে পেট্ৰ’ল-ডিজেলৰ মূল্য…
অসমত বৃদ্ধি পাই আছে পেট্ৰ’ল-ডিজেলৰ মূল্য… বিগত কিছুদিন ধৰি অসমত বৃদ্ধি পাই আছে পেট্ৰ’ল-ডিজেলৰ মূল্য। যাৰ ফলত অশান্ত হৈ পৰিছে ভুক্তভূগী জনতা। শনিবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ মূল্য। পেট্ৰলৰ প্ৰটি লিটাৰত ৫৯ পইচা কৈ বৃদ্ধি হয়। আনহাতে ডিজেল প্ৰটি লিটাৰত ৫৬ পইচা বৃদ্ধি পাইছে। যাৰ ফলত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম শনিবাৰে গুৱাহাটীত ৮৪.৯৪ টকা। …
আফ্রিকা কাপ অৱ নেচনছ ফুটবল স্থগিত কৰা হ’ল:
আফ্রিকা কাপ অৱ নেচনছ ফুটবল স্থগিত কৰা হ’ল ক’ৰোনা মহামাৰী গোতেই বিশ্বত সংহাৰী ৰূপ লৈ আতংক অব্যাহত ৰাখিছে। অহাবর্ষৰ জানুৱাৰী–ফেব্রুৱাৰীত অনুষ্ঠিত হোৱাৰ কথা অছিল আফ্রিকা কাপ অৱ নেচনছ ফুটবল প্রতিযোগিতা। উল্লেখ্য যে হ’বলগীয়া আফ্রিকা কাপ অৱ নেচনছ ফুটবল প্রতিযোগিতা ক’ৰোনা মহামাৰীৰ ফলত স্থগিত হোৱাৰ পূর্ণ সম্ভাৱনা সৃষ্টি হৈছে৷ মহামাৰী ক’ভিড–১৯ৰ ভয়াৱহ সংক্রমণ বিশ্বৰ বিভিন্ন প্রান্তত …