প্ৰধানমন্ত্ৰীয়ে আজি বিয়লি ৪ বজাত দেশবাসীক সম্বোধন কৰিব…

প্ৰধানমন্ত্ৰীয়ে আজি বিয়লি ৪ বজাত দেশবাসীক সম্বোধন কৰিব..

আজি বিয়লি ৪বজাত দেশবাসীৰ লগত বাৰ্তালপ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ক’ৰোনা মহামৰীৰ আতংকৰ সময়ত কেবাবৰো অনলাইন যোগে দেশ বাশিৰ লগত বাৰ্তালাপ কৰে প্ৰাধান মন্ত্ৰী গৰাকীয়ে।

দেশত ক্ৰমান্বয়ে বৃদ্ধি পোৱা কোৰোনাৰ সংক্ৰমণৰ লগতে ভাৰত-চীনৰ সীমান্তত অব্যাহত সংঘাতৰ দৰে বিষয়ক লৈ দেশবাসীৰ সৈতে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

ইয়াৰ লগতে যিহেতু অহা ১জুলাইৰ পৰা সমগ্ৰ দেশত আনলক-২ আৰম্ভ হ’ব গতিকে ইয়াৰ পিছৰ পৰ্য্যায় বিষয়ে ৩০জুনৰ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী গুৰুত্বপূৰ্ণ ঘোষণাও কৰিব পাৰে।

 

Leave a Comment