News in Assam- Career News in India
  • Home
  • Assam News
  • Hindi News
  • News
  • Education
  • Sports
No Result
View All Result
  • Home
  • Assam News
  • Hindi News
  • News
  • Education
  • Sports
No Result
View All Result
News in Assam
No Result
View All Result
Home News Assamese News

প্ৰধানমন্ত্ৰীয়ে আজি বিয়লি ৪ বজাত দেশবাসীক সম্বোধন কৰিব…

Nabarun Kumar Dutta by Nabarun Kumar Dutta
June 30, 2020
in Assam News, Assamese News, News
230 0
0
প্ৰধানমন্ত্ৰীয়ে আজি বিয়লি ৪ বজাত দেশবাসীক সম্বোধন কৰিব…
0
SHARES
488
VIEWS
Share on FacebookShare on Twitter
  • Facebook
  • Twitter
  • WhatsApp
  • Share

প্ৰধানমন্ত্ৰীয়ে আজি বিয়লি ৪ বজাত দেশবাসীক সম্বোধন কৰিব..

আজি বিয়লি ৪বজাত দেশবাসীৰ লগত বাৰ্তালপ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ক’ৰোনা মহামৰীৰ আতংকৰ সময়ত কেবাবৰো অনলাইন যোগে দেশ বাশিৰ লগত বাৰ্তালাপ কৰে প্ৰাধান মন্ত্ৰী গৰাকীয়ে।

দেশত ক্ৰমান্বয়ে বৃদ্ধি পোৱা কোৰোনাৰ সংক্ৰমণৰ লগতে ভাৰত-চীনৰ সীমান্তত অব্যাহত সংঘাতৰ দৰে বিষয়ক লৈ দেশবাসীৰ সৈতে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

ইয়াৰ লগতে যিহেতু অহা ১জুলাইৰ পৰা সমগ্ৰ দেশত আনলক-২ আৰম্ভ হ’ব গতিকে ইয়াৰ পিছৰ পৰ্য্যায় বিষয়ে ৩০জুনৰ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী গুৰুত্বপূৰ্ণ ঘোষণাও কৰিব পাৰে।

 

Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com

You can talk to me My email id [email protected]

  • Facebook
  • Twitter
  • WhatsApp
  • Share
Previous Post

Dhubri has been hit by Flood

Next Post

ভাৰতত বন্ধ হ’ল টিকটক, কি মন্তব্য টিকটক কৰ্তৃপক্ষৰ…

Next Post
ভাৰতত বন্ধ হ’ল টিকটক, কি মন্তব্য টিকটক কৰ্তৃপক্ষৰ…

ভাৰতত বন্ধ হ’ল টিকটক, কি মন্তব্য টিকটক কৰ্তৃপক্ষৰ…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

  • Privacy policy
  • About us
  • Disclaimer
  • Contact Us

Copyright 2020 © All rights Reserved | Our Sitemap | Powered by Assam Brothers

No Result
View All Result
  • Home
  • Assam News
  • Hindi News
  • News
  • Education
  • Sports

Copyright 2020 © All rights Reserved | Our Sitemap | Powered by Assam Brothers

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In