অভিনেতা পৰেশ ৰাৱাল নেশ্যনেল স্কুল অৱ ড্ৰামাৰ অধ্যক্ষ পদত … নেশ্যনেল স্কুল অৱ ড্ৰামাৰ অধ্যক্ষ পদত নতুন নিযুক্তি। এই পদৰ বাবে নিযুক্তি প্ৰদান কৰা হৈছে বলিউডৰ জনপ্ৰিয় অভিনেতা পৰেশ ৰাৱালক। এন এছ ডিৰ পূৰ্বৰ অধ্যক্ষ আছিল জনপ্ৰিয় ৰাজস্থানী কবি অৰ্জুন দেৱ চৰণ। ২০১৮চনত নেশ্যনেল স্কুল অৱ ড্ৰামাৰ অধ্যক্ষ পদত দায়িত্ব গ্ৰহণ কৰিছিল অৰ্জুন দেৱ চৰণে। …
Author: Nabarun Kumar Dutta
৯বছৰীয়া পুৰণি গোচৰত শেহতীয়াকৈ এ আৰ ৰহমানলৈ নটিচ প্ৰেৰণ…
৯বছৰীয়া পুৰণি গোচৰত শেহতীয়াকৈ এ আৰ ৰহমানলৈ নটিচ প্ৰেৰণ… বিশিষ্ট সংগীত পৰিচালক এ আৰ ৰহমানৰ ওপৰত কৰ ফাঁকিৰ অভিযোগ। মদ্ৰাছ হাইকৰ্টে শেহতীয়াকৈ ৯বছৰীয়া পুৰণি এটা গোচৰত এ আৰ ৰহমানলৈ নটিচ প্ৰেৰণ কৰিছে। নটিচত ৩.৪৭কোটিৰ আয় ফাঁকি দিয়াৰ অভিযোগ সংগীত পৰিচালক গৰাকীক। আয়কৰ বিভাগৰ নিৰ্দেশত ন্যায়ালয়ে জাৰি কৰিছে এই নটিচ । এটা বিদেশী মোবাইল কোম্পানীৰ ৰিংটন …
পুণৰ পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস পালে দিল্লীত …
পুণৰ পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস পালে দিল্লীত … জনতাক সকাহ দি বৃহস্পতিবাৰে হ্ৰাস কৰা হ’ল পেট্ৰ’ল-ডিজেলৰ মূল্য। ৰাজধানী চহৰ দিল্লীত হ্ৰাস কৰা হ’ল পেট্ৰ’ল-ডিজেলৰ মূল্য। দিল্লীত পুৰ্বৰ তুলনাত বৃহস্পতিবাৰে প্ৰতিলিটাৰ পেট্ৰ’লত ৯পইচাকৈ আৰু প্ৰতিলিটাৰ ডিজেলত ১১পইচাকৈ হ্ৰাস কৰা হৈছে । উল্লেখ্য যে, বৰ্তমান ৰাজধানী চহৰ দিল্লীত প্ৰতিলিটাৰ পেট্ৰল’ৰ মূল্য ৮১.৮৮টকাৰ লগতে প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭৩.০৫টকা হোৱা …
আনুষ্ঠানিকভাৱে ভাৰতীয় সেনাৰ অংগ হিচাপে স্বীকৃতি পালে ৫খনকৈ ৰাফেলে…
আনুষ্ঠানিকভাৱে ভাৰতীয় সেনাৰ অংগ হিচাপে স্বীকৃতি পালে ৫খনকৈ ৰাফেলে… বৃহস্পতিবাৰে পুৱা ১০বজাত সৰ্ব ধৰ্ম পুজাৰ জৰিয়তে ৫খন ৰাফেল যুঁজাৰু বিমানক ভাৰতীয় সেনালৈ স্বাগতম জনোৱা হয়। আজি আনুষ্ঠানিকভাৱে ভাৰতীয় সেনাৰ অংগ হিচাপে স্বীকৃতি পালে ৫খনকৈ ৰাফেলে। হাৰিয়ানাৰ আম্বালা বায়ু সেনাৰ চাউনীত অনুষ্ঠিত হ’য় এই বিশেষ অনুষ্ঠানত। এই অনুষ্ঠান্ত উপস্থিত থাকে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ লগতে ফান্সৰ প্ৰতিৰক্ষা …
কেন্দ্ৰীয় চৰকাৰৰ নতুন নিৰ্দেশনা বিদ্যালয় খোলাৰ ক্ষেত্ৰত…
কেন্দ্ৰীয় চৰকাৰৰ নতুন নিৰ্দেশনা বিদ্যালয় খোলাৰ ক্ষেত্ৰত… শিক্ষানুষ্ঠানৰ পাঠদান সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰৰ নতুন নিৰ্দেশনা। এই নিৰ্দেশনা অনুসৰি ২১ চেপ্তেম্বৰৰ পৰা নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান খোলা থাকিব। নিজ ইচ্ছা অনুসৰি স্কুললৈ যাব পৰিব ছাত্ৰ ছাত্ৰী সকলে। অভিভাবকৰ লিখিত অনুমতিলৈ বিদ্যালয়লৈ যাব লাগিব ছাত্ৰ ছাত্ৰী। শ্ৰেণীকোঠাত সম্পূৰ্ন ক’ভিড প্ৰটকল মানি চলিব লাগিব শিক্ষাৰ্থী সকলে। বিদ্যালয়ত …
বিএমচিয়ে বাসভৱন ভাঙাৰ পিছত কংগনা ৰানাৱটৰ মন্তব্য…
বিএমচিয়ে বাসভৱন ভাঙাৰ পিছত কংগনা ৰানাৱটৰ মন্তব্য… অভিনেত্ৰী কংগনা ৰানাৱটে বুধবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ ওপৰত কৰা এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। উল্লেখ্য যে, বিএমচিয়ে ভাঙি দিয়ে আজি কংগনা ৰানাৱটৰ বাসগৃহ। তাৰপিছতে কংগনাৰ মুম্বাইৰ কাৰ্যালয়ো ভাঙিবলৈ লয় যদিও কংগনাই দাখিল কৰা খাৰিজ মৰ্মে ন্যায়ালয়ে এই কাম স্থগিতাদেশৰ নিৰ্দেশ দিয়ে বিএমচিক। ইয়াৰ পাছতে টুইটাৰত ভিডিঅ’ যোগে …
বিতৰ্কিত চিকিৎসক পত্নী অধ্যক্ষা ডঃ মিতালী কোঁৱৰ দেউৰীক নিলম্বন…
বিতৰ্কিত চিকিৎসক পত্নী অধ্যক্ষা ডঃ মিতালী কোঁৱৰ দেউৰীক নিলম্বন… কিছুদিন ধৰি বিতৰ্কত আছিল চিৎসক চিদ্ধি প্ৰসাদ দেউৰী লগতে অধ্যক্ষা পত্নী ডঃ মিতালী কোঁৱৰ দেউৰীক। ঘৰত বনকৰা শিশুক অত্যাচাৰৰ গোচৰত ইতিমধ্যে গ্রেপ্তাৰ কৰা হৈছিল দুয়োকে। মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা আছিল ডঃ মিতালী কোঁৱৰ দেউৰী। এই ঘটনা পোহৰলৈ অহাৰ পিছতে অধ্যক্ষাগৰাকীক নিলম্বিত কৰা হ’য়। উচ্চ শিক্ষা সঞ্চালকালয়ৰ এক …
জনপ্ৰিয় তেলেগু অভিনেতা জয় প্ৰকাশ ৰেড্ডীৰ দেহাৱসান…
জনপ্ৰিয় তেলেগু অভিনেতা জয় প্ৰকাশ ৰেড্ডীৰ দেহাৱসান… আকৌ এজন অভিনেতাৰ মৃত্যু। এইবাৰ তেলেগু ছবিজগতৰ জনপ্ৰিয় অভিনেতা জয় প্ৰকাশ ৰে়ড্ডীৰ দেহাৱসান। জানিব পোৱা মতে হৃদজনিত ৰোগত আক্ৰান্ত হৈ আছিল জয় প্ৰকাশ ৰেড্ডী। মঙলবাৰে পুৱতিনিশা নিজ বাসগৃহত মৃত্যু হ’য় অভিনেতাগৰাকীৰ। দক্ষিণ ভাৰতত তেওঁ খলনায়ক আৰু কৌতুক অভিনেতাৰূপে খুবেই জনপ্ৰিয় আছিল। অভিনেতাগৰাকীয়ে ইতিমধ্যে কেইবাখনো জনপ্ৰিয় ছবিত অভিনয় কৰি …
আছু আৰু কৃষক মুক্তিক একেলগে ৰাজনৈতিক দল খুলাৰ বাবে আহ্বান অখিল গগৈৰ…
আছু আৰু কৃষক মুক্তিক একেলগে ৰাজনৈতিক দল খুলাৰ বাবে আহ্বান অখিল গগৈৰ… কাৰাবন্দী অখিল গগৈয়ে সংবাদ মাধ্যমৰ সন্মুখত সকলো দল-সংগঠনক উদ্দেশ্যি জনায় এক গুৰুত্বপূৰ্ণ আহ্বান। আছু, কৃষক মুক্তিয়ে পৃথকে পৃথকে দল খুলিলে নহব। সকলো কা বিৰোধী শক্তিয়ে এই সময়ত লগ হ’ব লাগিব। এটা দল, এটা প্ৰতীক, এখন পতাকাৰ তললৈ সকলোকে আহাৰ বাবে আহ্বান জনাই অখিল …
ৰিয়া চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰিলে এনচিবিয়ে…
ৰিয়া চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰিলে এনচিবিয়ে… মঙলবাৰে নাৰ্ক’টিকছ কন্ট্ৰল ব্যুয়ে গ্ৰেপ্তাৰ কৰিছে অভিনেতা সুশান্ত চিং ৰাজপুতৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীক। অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা আৰু ড্ৰাগছ সৰ্বহৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে ৰিয়া চক্ৰৱৰ্তীক। উল্লেখ্য যে, এনচিবিয়ে তিনি দিন ধৰি সোধ-পোছ কৰাৰ পাছত গ্ৰেপ্তাৰ ক ৰিছে ৰিয়া চক্ৰৱৰ্তীক। এই সন্দৰ্ভত এনচিবিয়ে কোৱা মতে- ৰিয়া চক্ৰৱৰ্তীয়ে সেৱন কৰিছিল …