আইপিএল-২০২০ৰ প্রথমখন মেচত জয়ী চেন্নাই ছুপাৰ কিংছ… ২০২০ৰ আইপিএল আৰম্ভ হৈছে ডুবাইত। আইপিএলৰ প্ৰথমখন খেল আৰম্ভ হৈছিল মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত। এই মেচত জয়ী হৈছে চেন্নাই ছুপাৰ কিংছ। মুম্বাই ইণ্ডিয়ানছে বান্ধি দিয়া ১৬৩ ৰানৰ টাৰ্গেট ভংগ কৰি জয়ী হল চি এছ কে। ১৯.২ অভাৰত ৫ উইকেট যোৱাৰ পাছত ১৬৬ৰান সংগ্ৰহ কৰিবলৈ সক্ষম …
Author: Nabarun Kumar Dutta
‘মোডী চৰকাৰে কিয় ইমান অপমান কৰে ক’ৰোনা যোদ্ধাক?’ ৰাহুল গান্ধী…..
‘মোডী চৰকাৰে কিয় ইমান অপমান কৰে ক’ৰোনা যোদ্ধাক?’ ৰাহুল গান্ধী….. টুইটাৰ যোগে ক’ৰোনা যোদ্ধাৰ সন্দৰ্ভত মোডী চৰকাৰৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে টুইটাৰত কয় যে, “প্ৰতিকুল তথ্য বিহীন মোডী চৰকাৰ। কাহি বজোৱা, বন্তি জ্বলোৱাতকৈ স্বাস্থ্যকৰ্মী সকলক সন্মান আৰু সুৰক্ষা প্ৰদান কৰা বেছি গুৰুত্বকৰ। ক’ৰোনা যোদ্ধাক মোডী চৰকাৰৰ ইমান অপমান …
কেন্দ্ৰীয় মন্ত্ৰী হৰচিমৰাট কৌৰৰ পদত্যাগ, অতিৰিক্ত দায়িত্ব অৰ্পন নৰেন্দ্ৰ সিং তোমৰক…
কেন্দ্ৰীয় মন্ত্ৰী হৰচিমৰাট কৌৰৰ পদত্যাগ, অতিৰিক্ত দায়িত্ব অৰ্পন নৰেন্দ্ৰ সিং তোমৰক… চৰকাৰৰ কৃষক বিৰোধী নীতিৰ প্ৰতিবাদত কেন্দ্ৰীয় মন্ত্ৰী হৰচিমৰাট কৌৰে পদত্যাগ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ দিনাই চৰকাৰৰ ওচৰত প্ৰস্তাব দখিল কৰে। আজি ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এই পদত্যাগ প্ৰস্তাৱ স্বীকাৰ কৰে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰামৰ্শ মতে পদত্যাগ পত্ৰ গ্ৰহন কৰে। বিজেপিৰ সৈতে …
পোন প্ৰথম বাৰৰ বাবে ৰাজ্য সভাৰ সাংসদৰ ক’ৰোনাত মৃত্যু….
পোন প্ৰথম বাৰৰ বাবে ৰাজ্য সভাৰ সাংসদৰ ক’ৰোনাত মৃত্যু… বিজেপিৰ ৰাজ্য সভাৰ সাংসদ অশোক গাষ্টিৰ মৃত্যু হয়। কৰ্ণাটকৰ সাংসদ আছিল অশোক গাষ্টি। ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় সাংসদ গৰাকীৰ। উল্লেখ্য যে, কিছুদিন ধৰি মনিপাল হস্পাতালত চিকিৎসাধিন হৈ আছিল মন্ত্ৰী গৰাকী। বৃহস্পতিবাৰে চিকিৎসালয় কৰ্তৃপক্ষই মৃত ঘোষনা কৰে সাংসদ গৰাকীক। মৃত্যুৰ সময়ত সাংসদ গৰাকীৰ বয়স আছিল ৫৫ …
অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আক্ৰান্ত হৈছে ক’ৰোনাত…
অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আক্ৰান্ত হৈছে ক’ৰোনাত… অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আক্ৰান্ত হৈছে ক’ৰোনাত। টুইটাৰ আৰু ফেচবুকযোগে তেখেতে এই কথা সদৰি কৰিছে। যোৱা নিশা ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগত দিল্লীত এক বৈঠকত মিলিত হৈছিল পেমা খাণ্ডু। ভাৰত-চীনৰ শেহতীয়া যুদ্ধ সদৃশ পৰিস্থিতিৰ বাবে এই গুৰুত্বপূৰ্ণ বৈঠক আয়োজন কৰা হৈছিল। অৰুণাচল প্ৰদেশৰ স্বাস্থ্য মন্ত্ৰী আলো লিবাং …
ভূমিপট্টা প্ৰদান কৰা হ’ব ৰাজ্যৰ ৫৪ হাজাৰ খিলঞ্জীয়াক…
ভূমিপট্টা প্ৰদান কৰা হ’ব ৰাজ্যৰ ৫৪ হাজাৰ খিলঞ্জীয়াক… অসমৰ ৫৪ হাজাৰ খিলঞ্জীয়া লোকক প্ৰদান কৰা হ’ব ভূমিপট্টা। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে এই ঘোষণা কৰে। অহা ৫ অক্টোবৰৰ ভিতৰত এই ৫৪ হাজাৰ লোকে ভূমিপট্টা লাভ কৰিব। চাহ গৱেষণা প্ৰতিষ্ঠান ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সুবিধাৰ বাবে নতুনকৈ স্থাপন কৰা হ’ব। ২ হেজাৰখন গাওঁ মুখ্যমন্ত্ৰী গ্ৰাম পৰিবহণ যোজনাৰ অধীনত …
ক’ৰোনাৰ উৎপত্তি চীনত, এই কথা প্ৰকাশ কৰিলে চীনৰ বৈজ্ঞানিকে…
ক’ৰোনাৰ উৎপত্তি চীনত, এই কথা প্ৰকাশ কৰিলে চীনৰ বৈজ্ঞানিকে… বিশ্ব জুৰি অব্যাহত আছে ক’ৰোনাৰ সন্ত্ৰাস। এই মাৰত্মক ভাইৰাছ চীনৰ পৰা উৎপত্তি হোৱা বুলি বহু কেইখন দেশে আশাংকা কৰিছে। এইবাৰ চীনৰ এগৰাকী মহিলা বৈজ্ঞানি এগৰাকীয়ে ‘চীনৰ লেবত ক’ৰোনা ভাইৰাছ প্ৰথম পৰ্যায়ত পৰীক্ষণ কৰা হৈছিল’ বুলি নিজেই স্বীকাৰ কৰিছে। চীনা বৈজ্ঞানিক ডাঃ লী মেঙ্গে শেহতীয়াকৈ আমেৰিকাৰ এটা …
ৰাজ্যত নতুন আঞ্চলিক দলকলৈ মন্তব্য অভিনেত্ৰী বৰষা ৰানী বিষয়াৰ…
ৰাজ্যত নতুন আঞ্চলিক দলকলৈ মন্তব্য অভিনেত্ৰী বৰষা ৰানী বিষয়াৰ… ৰাজ্যত নৱ গঠিত আঞ্চলিক দল ‘অসম জাতীয় পৰিষদক’ লৈ মন্তব্য অভিনেত্ৰী বৰষা ৰানী বিষয়াৰ। নতুন দলক লৈ তেখেতে কয় যে, অসমত নতুন দলক লৈ মই আশাবাদী। নৱ প্ৰজন্মই আঁঠুৱা কম্বলৰ উৰ্ধত গৈ চিন্তা কৰা উচিত। আজি জাতি সংকটত। ২০২১ ত জাতিৰ পৰীক্ষা। নতুন দলৰ পৰা ভৱিষ্যতে …
আছু-AJYCPৰ নতুন আঞ্চলিক ৰাজনৈতিক দল গঠন…
আছু-AJYCPৰ নতুন আঞ্চলিক ৰাজনৈতিক দল গঠন… অৱশেষত আত্মপ্ৰকাশ কৰিলে আছু আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ উদ্যোগত গঠন হোৱা নতুন ৰাজনৈতিক দলৰ। অসম জাতীয় পৰিষদ নাম দিয়া হৈছে নতুন দলটোৰ। এই আঞ্চলিক দলটোৰ মূল শ্লোগান হৈছে- ঘৰে ঘৰে আমি। জগদীশ ভূঞা ৰাজ্যিক সমন্বয়ক হব এই নতুন দলোটোৰ। ৰাজ্যৰ ২৫ খন জিলাত সাংগঠনিক কাম আৰম্ভ হৈছে বুলি …
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ স্বাস্থ্যৰ অবনতি….
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ স্বাস্থ্যৰ অবনতি পুনৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক ভৰ্তি কৰা হৈছে এইমছত। শনিবাৰে নিশা গুৰুতৰভাৱে অসুস্থ মন্ত্ৰী গৰাকীক ভৰ্তি কৰা হয় হাস্পতালত। শ্বাস-প্ৰশ্বাসত অসুবিধা হোৱাৰ বাবে হাস্পতালত ভৰ্তি কৰা হৈছিল মন্ত্ৰী গৰাকীক। এতিয়ালৈকে অমিত শ্বাহৰ স্বাস্থ্যৰ সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো তথ্য সদৰি কৰা নাই এইমছ কৰ্তৃপক্ষই। উল্লেখ্য যে, ২ আগষ্টত গৃহ …