পুণৰ পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস পালে দিল্লীত …
জনতাক সকাহ দি বৃহস্পতিবাৰে হ্ৰাস কৰা হ’ল পেট্ৰ’ল-ডিজেলৰ মূল্য। ৰাজধানী চহৰ দিল্লীত হ্ৰাস কৰা হ’ল পেট্ৰ’ল-ডিজেলৰ মূল্য। দিল্লীত পুৰ্বৰ তুলনাত বৃহস্পতিবাৰে প্ৰতিলিটাৰ পেট্ৰ’লত ৯পইচাকৈ আৰু প্ৰতিলিটাৰ ডিজেলত ১১পইচাকৈ হ্ৰাস কৰা হৈছে ।
উল্লেখ্য যে, বৰ্তমান ৰাজধানী চহৰ দিল্লীত প্ৰতিলিটাৰ পেট্ৰল’ৰ মূল্য ৮১.৮৮টকাৰ লগতে প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭৩.০৫টকা হোৱা দেখা গৈছে।
[jnews_block_2 ]