৯বছৰীয়া পুৰণি গোচৰত শেহতীয়াকৈ এ আৰ ৰহমানলৈ নটিচ প্ৰেৰণ…
- বিশিষ্ট সংগীত পৰিচালক এ আৰ ৰহমানৰ ওপৰত কৰ ফাঁকিৰ অভিযোগ।
- মদ্ৰাছ হাইকৰ্টে শেহতীয়াকৈ ৯বছৰীয়া পুৰণি এটা গোচৰত এ আৰ ৰহমানলৈ নটিচ প্ৰেৰণ কৰিছে।
- নটিচত ৩.৪৭কোটিৰ আয় ফাঁকি দিয়াৰ অভিযোগ সংগীত পৰিচালক গৰাকীক।
- আয়কৰ বিভাগৰ নিৰ্দেশত ন্যায়ালয়ে জাৰি কৰিছে এই নটিচ ।
- এটা বিদেশী মোবাইল কোম্পানীৰ ৰিংটন প্ৰস্তুত কৰাৰ বাবদ এই বৃহত পৰিমাণৰ ধন লাভ কৰিছিল সংগীত পৰিচালকগৰাকীয়ে।