জনপ্ৰিয় তেলেগু অভিনেতা জয় প্ৰকাশ ৰেড্ডীৰ দেহাৱসান…
আকৌ এজন অভিনেতাৰ মৃত্যু। এইবাৰ তেলেগু ছবিজগতৰ জনপ্ৰিয় অভিনেতা জয় প্ৰকাশ ৰে়ড্ডীৰ দেহাৱসান। জানিব পোৱা মতে হৃদজনিত ৰোগত আক্ৰান্ত হৈ আছিল জয় প্ৰকাশ ৰেড্ডী। মঙলবাৰে পুৱতিনিশা নিজ বাসগৃহত মৃত্যু হ’য় অভিনেতাগৰাকীৰ। দক্ষিণ ভাৰতত তেওঁ খলনায়ক আৰু কৌতুক অভিনেতাৰূপে খুবেই জনপ্ৰিয় আছিল। অভিনেতাগৰাকীয়ে ইতিমধ্যে কেইবাখনো জনপ্ৰিয় ছবিত অভিনয় কৰি গৈছে। অভিনেতা জনৰ মৃত্যুত দক্ষিণ ভাৰতৰ ছবি জগতৰ কলা-কৌশলিৰ লগতে তেওঁৰ অনুৰাগী সকলে শোক প্ৰকাশ কৰিছে।
डीसी ऑफिस पूर्वी सिंहभूम भर्ती 2022
डीसी कार्यालय पूर्वी सिंहभूम भर्ती 2022 – jamshedpur.nic.in: कार्यालय जिला मजिस्ट्रेट और उपायुक्त, पूर्वी सिंहभूम ने हाल ही में अपनी...
Read moreHii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com
You can talk to me My email id [email protected]