বিতৰ্কিত চিকিৎসক পত্নী অধ্যক্ষা ডঃ মিতালী কোঁৱৰ দেউৰীক নিলম্বন…
কিছুদিন ধৰি বিতৰ্কত আছিল চিৎসক চিদ্ধি প্ৰসাদ দেউৰী লগতে অধ্যক্ষা পত্নী ডঃ মিতালী কোঁৱৰ দেউৰীক। ঘৰত বনকৰা শিশুক অত্যাচাৰৰ গোচৰত ইতিমধ্যে গ্রেপ্তাৰ কৰা হৈছিল দুয়োকে। মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা আছিল ডঃ মিতালী কোঁৱৰ দেউৰী। এই ঘটনা পোহৰলৈ অহাৰ পিছতে অধ্যক্ষাগৰাকীক নিলম্বিত কৰা হ’য়। উচ্চ শিক্ষা সঞ্চালকালয়ৰ এক নিৰ্দেশনা যোগে নিলম্বন কৰা হৈছে ডঃ মিতালী কোঁৱৰক।
উল্লেখ্য যে, সুৰা পান কৰি ঘৰত বনকৰা শিশুৰ গাত হঠাৎ উটলা পানী ধালি দিছিল চিকিৎসক গৰাকীয়ে।
[jnews_block_2 ]