কেন্দ্ৰীয় চৰকাৰৰ নতুন নিৰ্দেশনা বিদ্যালয় খোলাৰ ক্ষেত্ৰত…
- শিক্ষানুষ্ঠানৰ পাঠদান সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰৰ নতুন নিৰ্দেশনা।
- এই নিৰ্দেশনা অনুসৰি ২১ চেপ্তেম্বৰৰ পৰা নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান খোলা থাকিব।
- নিজ ইচ্ছা অনুসৰি স্কুললৈ যাব পৰিব ছাত্ৰ ছাত্ৰী সকলে। অভিভাবকৰ লিখিত অনুমতিলৈ বিদ্যালয়লৈ যাব লাগিব ছাত্ৰ ছাত্ৰী।
- শ্ৰেণীকোঠাত সম্পূৰ্ন ক’ভিড প্ৰটকল মানি চলিব লাগিব শিক্ষাৰ্থী সকলে।
- বিদ্যালয়ত মাস্ক আৰু হেণ্ড চেনিটাইজাৰৰ ব্যবহাৰ বাধ্যতামূলক।
- কন্টেইনমেন্ট জ’নত বন্ধ থাকিব বিদ্যালয় সমূহ।
Assam Direct Recruitment Free Mock Test || Maths Class 10 MCQ | Grade 3/4 exams
Assam Direct Recruitment Free Mock Test || Maths Class 10 MCQ | Grade 3/4 exams “Those who wait get only...
Read moreHii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com
You can talk to me My email id [email protected]