আনুষ্ঠানিকভাৱে ভাৰতীয় সেনাৰ অংগ হিচাপে স্বীকৃতি পালে ৫খনকৈ ৰাফেলে…
বৃহস্পতিবাৰে পুৱা ১০বজাত সৰ্ব ধৰ্ম পুজাৰ জৰিয়তে ৫খন ৰাফেল যুঁজাৰু বিমানক ভাৰতীয় সেনালৈ স্বাগতম জনোৱা হয়। আজি আনুষ্ঠানিকভাৱে ভাৰতীয় সেনাৰ অংগ হিচাপে স্বীকৃতি পালে ৫খনকৈ ৰাফেলে। হাৰিয়ানাৰ আম্বালা বায়ু সেনাৰ চাউনীত অনুষ্ঠিত হ’য় এই বিশেষ অনুষ্ঠানত। এই অনুষ্ঠান্ত উপস্থিত থাকে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ লগতে ফান্সৰ প্ৰতিৰক্ষা মন্ত্ৰী। লগতে এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী আৰু ভাৰতীয় সেনাৰ উচ্চ পদস্থ বিষয়াসকল।
Leeds United Leeds’ Robin Koch posts injury update on Instagram – Leeds United
Koch has been outside since it escapes during Chelsea's loss at the beginning of December. BBC Sport reported shortly after...
Read moreHii I am Aniruddha Barman. I work as a author in newsinassam.com
You can talk to me My email id aniruddhabarman10@gmail.com