অভিনেতা পৰেশ ৰাৱাল নেশ্যনেল স্কুল অৱ ড্ৰামাৰ অধ্যক্ষ পদত …
- নেশ্যনেল স্কুল অৱ ড্ৰামাৰ অধ্যক্ষ পদত নতুন নিযুক্তি।
- এই পদৰ বাবে নিযুক্তি প্ৰদান কৰা হৈছে বলিউডৰ জনপ্ৰিয় অভিনেতা পৰেশ ৰাৱালক।
- এন এছ ডিৰ পূৰ্বৰ অধ্যক্ষ আছিল জনপ্ৰিয় ৰাজস্থানী কবি অৰ্জুন দেৱ চৰণ।
- ২০১৮চনত নেশ্যনেল স্কুল অৱ ড্ৰামাৰ অধ্যক্ষ পদত দায়িত্ব গ্ৰহণ কৰিছিল অৰ্জুন দেৱ চৰণে।
- ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে পৰেশ ৰাৱালক এই পদত নিযুক্তি প্ৰদান কৰে।
[jnews_block_2 ]