আইপিএল-২০২০ৰ প্রথমখন মেচত জয়ী চেন্নাই ছুপাৰ কিংছ…
২০২০ৰ আইপিএল আৰম্ভ হৈছে ডুবাইত। আইপিএলৰ প্ৰথমখন খেল আৰম্ভ হৈছিল মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত। এই মেচত জয়ী হৈছে চেন্নাই ছুপাৰ কিংছ। মুম্বাই ইণ্ডিয়ানছে বান্ধি দিয়া ১৬৩ ৰানৰ টাৰ্গেট ভংগ কৰি জয়ী হল চি এছ কে। ১৯.২ অভাৰত ৫ উইকেট যোৱাৰ পাছত ১৬৬ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হ’য় চেন্নাইয়ে।
[jnews_block_2 ]