Assam News
ৰাজ্যত নতুন আঞ্চলিক দলকলৈ মন্তব্য অভিনেত্ৰী বৰষা ৰানী বিষয়াৰ…

ৰাজ্যত নতুন আঞ্চলিক দলকলৈ মন্তব্য অভিনেত্ৰী বৰষা ৰানী বিষয়াৰ…
ৰাজ্যত নৱ গঠিত আঞ্চলিক দল ‘অসম জাতীয় পৰিষদক’ লৈ মন্তব্য অভিনেত্ৰী বৰষা ৰানী বিষয়াৰ। নতুন দলক লৈ তেখেতে কয় যে, অসমত নতুন দলক লৈ মই আশাবাদী। নৱ প্ৰজন্মই আঁঠুৱা কম্বলৰ উৰ্ধত গৈ চিন্তা কৰা উচিত। আজি জাতি সংকটত। ২০২১ ত জাতিৰ পৰীক্ষা। নতুন দলৰ পৰা ভৱিষ্যতে কি উত্তৰ পাম ,সেইয়া পাছতহে গম পাম ।
অভিনেত্ৰী গৰাকীয়ে প্ৰত্যক্ষ ৰাজনীতিৰ লগত জড়িত হোৱাৰ ক্ষেত্ৰত বৰ্তমান তেও মানসিক ভাৱে প্ৰস্তুত নহয় বুলি উল্লেখ কৰে।
[jnews_block_2 ]
You must be logged in to post a comment Login