পোন প্ৰথম বাৰৰ বাবে ৰাজ্য সভাৰ সাংসদৰ ক’ৰোনাত মৃত্যু…
বিজেপিৰ ৰাজ্য সভাৰ সাংসদ অশোক গাষ্টিৰ মৃত্যু হয়। কৰ্ণাটকৰ সাংসদ আছিল অশোক গাষ্টি। ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় সাংসদ গৰাকীৰ।
উল্লেখ্য যে, কিছুদিন ধৰি মনিপাল হস্পাতালত চিকিৎসাধিন হৈ আছিল মন্ত্ৰী গৰাকী। বৃহস্পতিবাৰে চিকিৎসালয় কৰ্তৃপক্ষই মৃত ঘোষনা কৰে সাংসদ গৰাকীক। মৃত্যুৰ সময়ত সাংসদ গৰাকীৰ বয়স আছিল ৫৫ বছৰ।
[jnews_block_2 ]