১৫ আগষ্টৰ পিছত হয়তো ওলাব ক’ৰোনাৰ ভেকচিন…

১৫ আগষ্টৰ পিছত হয়তো ওলাব ক’ৰোনাৰ ভেকচিন…

কোৰোনা ভাইৰাছৰ সন্ত্ৰাস বৃদ্ধিৰ লগে লগে ইয়াৰ প্ৰতিকাৰক প্ৰস্তুত কৰাৰ বাবে তৎপৰ হৈ পৰিছে প্ৰতিখন দেশ। শেহতীয়াকৈ আইচিএমআৰেও ক’ৰোনাৰ প্ৰতিষেধক ৰাইজৰ মাজলৈ আগবঢ়াই দিয়াৰ বাবে যাবতীয় সকলো ধৰনৰ প্ৰচেষ্টা হাতত লৈছে। ভাৰত বায়’টেক ইন্টাৰনেশ্যনেল লিমিটেডৰ সৈতে লগ হৈ এইচিএমআৰে কোৰোনাৰ ভেকচিন ৰ ক্লিনিকেল ট্ৰায়েলৰ বাবে ব্যৱস্থা কৰিছে।

ভাৰত চৰকাৰৰ প্ৰত্যক্ষ ব্যৱস্থাপনাৰে ভাৰতত প্ৰস্তুত কৰা এইটোৱেই হৈছে প্ৰথমটো ভেকচিন। ইয়াৰ বাবে ইতিমধ্যে ক্লিনিকেল ট্ৰায়েলৰো ব্যৱস্থা কৰা হৈছে। ভাৰত বায়’টেকৰ সৈতে লগ লাগি আইচিএমআৰে ক্লিনিকেল আৰু প্ৰিক্লিনিকেল পৰীক্ষাৰ বাবে ব্যৱস্থা কৰিছে।

১৫ আগষ্টত এই ঔষধটো সকলো প্ৰকাৰৰ পৰীক্ষাৰ অন্তত ৰাইজৰ বাবে আগবঢ়াই দিয়া হ’ব। প্ৰকল্পৰ সৈতে জড়িত সকলো ক্লিনিকেল ট্ৰায়েলৰ ওপৰতে নিৰ্ভৰ কৰি ঔষধটো ৰাইজৰ মাজলৈ আগবঢ়াই দিয়াৰ কথা।

 

About Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com You can talk to me My email id [email protected]

Check Also

Assam Rifles Recruitment 2023: ৬১৬ টা চাকৰিৰ আৱেদন

Assam Rifles Recruitment 2023 : Apply 616 Technical And Tradesman posts: শেহতীয়াকৈ Assam Rifles ে ...

Read more

Leave a Reply

Your email address will not be published. Required fields are marked *