বলিউডৰ প্ৰসিদ্ধ ছবি নিৰ্মাতা সঞ্জয় লীলা ভাঞ্চালী এইবাৰ আৰক্ষীৰ কাঠগড়াত…
কিছুদিন পুৰ্বে বলিউডৰ প্ৰসিদ্ধ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ সমগ্ৰ দেশত এ শোকৰ চা পৰা দেখা যায়। অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ কাণ্ডক লৈ এতিয়াও অব্যাহত হৈ আছে চাঞ্চল্য। কেন পৰিস্থিতিত পৰি এইগৰাকী জনপ্ৰিয় বলিউড অভিনেতাই আত্মহত্যা কৰিলে তাৰ তথ্য কাৰোৰে হাতত নাই। তাৰ মাজতে চৰ্চিত হৈছে অভিনেতাগৰাকীয়ে আনৰ আক্ৰোশৰ বলি হৈ আত্মহত্যা কৰিবলগা হৈছে নেকি অভিনেতাগৰাকীয়ে।
তেনে কাৰণতে বলিউডৰ কিছুমান চেলিব্ৰেটিৰ ছবি নিষিদ্ধ কৰাৰ হুংকাৰ দিয়ে জনসাধৰনে। সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ক্ষেত্ৰত ইতিমধ্যে বহুতো বলিউডৰ চেলিব্ৰেটিক সোধা-পোচা কৰিছে আৰক্ষীয়ে। সোমবাৰে ছবি নিৰ্মাতা সঞ্জয় লীলা ভাঞ্চালীকো সোধা-পোচা কৰিব মুম্বাই আৰক্ষীয়ে।
Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com
You can talk to me My email id [email protected]gmail.com