অসমৰ প্ৰথমটো প্লাজমা বেংক আৰম্ভ, গুৱাহাটীত …
অসমৰ প্ৰথমটো প্লাজমা বেংক আৰম্ভ আৰম্ভ হ’ল গুৱাহাটীত। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুক্ৰবাৰে এই প্লাজমা বেংকতো শুভাৰম্ভ কৰে। জিএমচিএইচত স্থাপন কৰা হৈছে এই প্লাজমা বেংকটো। এই প্লাজমা বেংকত প্ৰথমবাৰৰ বাবে প্লাজমা দান কৰিলে চিকিৎসক ডাঃ লিথিকেশে।
উল্লেখ যোগ্য যে, ডাঃ লিথিকেশ অসমৰ প্ৰথমগৰাকী চিকিৎসক ক’ৰোনা ৰোগী আছিল। তেওঁ জিএমচিএইচৰ কৰ্মৰত কনিষ্ট চিকিৎসক। এই প্লাজমা বেংকতো শুভাৰম্ভ কৰাৰ পাছতে ইতিমধ্যে ক’ৰোনাৰ পৰা আৰোগ্য হোৱা প্লাজমা দানৰ বাবে সক্ষম লোকসকলক আগুৱাই আহি প্লাজমা দান কৰাৰ বাবে আহ্বান জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com
You can talk to me My email id [email protected]