লকডাউনত মহানগৰীৰ কোন কেইটা পেট্ৰ’ল পাম্প খোলা থাকিব…
ক’ৰোনা মহামাৰীৰ প্ৰতি লক্ষ ৰাখি দেওবাৰৰ নিশা ১২ বজাৰ পৰা সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে গুৱাহাটীত। এই সময়চোৱাত ফাৰ্মাচী, চিকিৎসালয় বা আন জৰুৰী সেৱাৰ সৈতে জড়িত লোকসকলৰ বাদে কোনো লোক বাহিৰলৈ ওলাব নোৱাৰিব। কিন্তু জৰুৰীকালীন সেৱাৰে জড়িত লোকসকলৰ বাহন এই লকডাউনৰ সময়তো চলি থাকিব।
সেই সময়ত জৰুৰীকালীন সেৱাৰ লগত জড়িত বাহনৰ ইন্ধন ভৰোৱাক কেন্দ্ৰ কৰি চিন্তাৰ সৃষ্টি হোৱা দেখা যায়। অৱশেষত কামৰূপ মহানগৰ প্ৰশাসনে ২৮ জুনৰ পৰা ১২ জুলাইলৈকে খুলিব পৰা পেট্ৰ’ল পাম্প সমূহৰ এখন তালিকা প্ৰকাশ কৰিছে।
তালিকাত প্ৰকাশ পোৱা অনুসৰি এইকেইদিনত খুলিবলগীয়া পেট্ৰ’ল পাম্পসমূহ হৈছে-
- লখৰা ছাৰ্ভিচ ষ্টেচন, লখৰা, এনএইচ-৩৭
- চান্দমাল ছাৰাওগী এণ্ড কোঃ, এনএইচ-৩৭
- ৰাজ ছাৰ্ভিচ, বশিষ্ঠ চাৰিআলি,এনএইচ-৩৭
- আশা ফিলিং ষ্টেচন, তেপেছিয়া, এনএইচ-৩৭
- ভৱানী ছাৰ্ভিচ ষ্টেচন, শাওকুছি, এনএইচ-৩৭
- স্বাগত আৰঅ’ আইএছবিটি, বেতকুছি, এনএইচ-৩৭
- ছ’গানি ছাৰ্ভিচ ষ্টেচন, বৰাগাঁও, এনএইচ-৩৭
- নৰ্থ ইষ্ট ছাৰ্ভিচ ষ্টেচন, জালুকবাৰী, এনএইচ-৩৭
- প্ৰদীপ অইল ডেপ’ত, ধাৰাপুৰ
- এছকেএম ছাৰ্ভিচ ষ্টেচন, লালমাটি
- ছাগানমল ছাৰাওগি এণ্ড ছনছ, দিশপুৰ
- থানসিং নাথমল, উলুবাৰী
- চাণ্ডমল ছাৰাওগি, উলুবাৰী
- সঞ্জীৱনী ফিউল পইন্ট, বেলতলা
- এনআৰএল, জয়ানগৰ
- ভৈৰৱী চাৰ্ভিচ ষ্টেচন, জতিয়
- এনআৰএল, আদাবাৰী
- ভড়ালী ছাৰ্ভিচ ষ্টেচন, লাল গণেশ
- চাণ্ডমল ছাৰাওগি এণ্ড কোঃ, পল্টন বজাৰ
- জিআৰই, নুনমাটি
- কামাখ্যা এনাৰ্জী পইন্ট, ভেটাপাৰা
- এনাৰ্জী ছাৰ্ভিচ ষ্টেচন, জ্যোতিকুছি
- মঠঘৰিয়া অটো ছাৰ্ভিচ, ফৰেষ্ট গেট, নাৰেংগী