অসম মীন বিভাগত কানিষ্ঠ সহায়ক পদত চাকাৰি: অসম মীন বিভাগত কানিষ্ঠ সহায়ক (Junior Assistant) পদৰ কাৰনে ইচ্ছুক অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিছৰা হৈছে। আবেদন অফলাই (ডাকৰ) মাধ্যমত হব। আবেদন কৰাৰ অন্তিম তাৰিখ ১৯ আগষ্ট ২০১৯ । অধিক নিয়োগ সম্পৰ্কীয় বাতৰি জানিবলৈ AllJobAssam.com চাবলৈ নাপাহৰে যেন। Fishery Department, Assam Recruitment 2019- Junior Assistant posts: Fishery Information Officer, Assam …