ভাৰতীয় সেনাত ৫৫ টা খালি পদ। Indian Army Recruitment 2019 – Apply Online 47th NCC SSC Officer Entry [55 Posts]: কেন্দ্ৰিয় চৰকা্ৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় সেনাত এছএছচি মাধ্যমেৰে প্ৰাৰ্থী নিয়োগৰ যো-জা চলিছে। ইতিমধ্যে ভাৰতীয় সেনা বাহিনীৰ প্ৰশাসনিক বিষয়াই এক নিয়োগ বিজ্ঞাপন ডিএভিপিৰ জাৰিয়তে সংবাৰ পত্ৰত প্ৰকাশ কৰা হৈছে। অবেদন অনলাইনৰ মাধ্যমত হব। আবেদনৰ অন্তিম …