খাদী- গ্ৰামোদ্যোগ আয়োগত ১১৯ টা পদৰ বাবে আবেদন। KVIC Recruitment 2019- Apply Online Director/ Executive/ Assistant [119 posts]: খাদী- গ্ৰামোদ্যোগ আয়োগত মুকলি হৈছে চাকৰি লাভৰ সুযোগ। নিযুক্তি সন্দৰ্ভত আয়োগৰ তৰফৰ পৰা প্ৰকাশিত নিয়োগ বিজ্ঞাপনৰ তথ্য অনুসৰি মুঠ ১১৯ টা খালি পদৰ বাবে আবেদন অনলাইনৰ মাধ্যমত হব। আবেদনৰ অন্তিম তাৰিখ ৩১ জুলাই ২০১৯। অধিক নিয়োগ সম্পৰ্কীয় …