ONGC নাজিৰাত ১১ পদত চাকৰি: ONGC Nazira Recruitment 2019: ONGC নাজিৰাত সহকাৰী শিক্ষক আদি কৰি ১১ টা বিভিন্ন পদৰ কাৰনে ইচ্ছুক অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। আবেদন Walk-in Interview মাধ্যমত হব। Interview তাৰিখ ২৬ জুলাই ২০১৯। অধিক নিয়োগ সম্পৰ্কীয় বাতৰি জানিবলৈ AllJobAssam.com চাবলৈ নাপাহৰে যেন। ONGC Nazira Recruitment 2019- Asstt. Teacher/ Accountant/ Office …