কৰ্মৰত টেট শিক্ষকে পুনৰ দিব নালাগে টেট: Education Department, Assam Notice 2019 For TET Qualified Contractual Teacher: সু খবৰ বন্ধু সকল: বন্ধু সকলক জনাও যে ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা জানানী প্ৰকাশ কৰা হৈছে যে অসম চৰকাৰৰ অধীনত যি সকল শিক্ষকে ঠিকাভিত্তিক LP আৰু UP শিক্ষকতা কৰি আছে তেওঁলোকে স্থায়ী পদৰ বাবে আবেদন কৰিবলৈ পুনৰ …