Gauhati University has more than 39 colleges under it most of them are self financed and some of them are totally private. Now GU provides B.Ed courses under these colleges with full structure. And is one of the best colleges in the state. Government and Private b.ed college in assam 1.Asom Sikshak Prasikshan Mahavidyalaya, Lankeswar, …
Category: Assam
উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে অনলাইন আবেদনৰ আহ্বান কটন বিশ্ববিদ্যালয়ৰ..
উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে অনলাইন আবেদনৰ আহ্বান কটন বিশ্ববিদ্যালয়ৰ.. ক’ৰোনা সংকটৰ মাজতে উচ্চতৰ মাধ্যমিকত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীক অনলাইন আবেদনৰ আহ্বান জনাইছে কটন বিশ্ববিদ্যালয়ে। বিশ্ববিদ্যালয়খনে বিজ্ঞান আৰু কলা শাখাৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে ইতিমধ্যে আবেদন প্ৰক্ৰিয়া মুকলি কৰিছে । হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে আবেদন কৰা ববে SEBA ই জাৰি কৰা website …
ৰাজ্যৰ শিক্ষাবৰ্ষ সলনি হ’ল: অনুমোদন ৰাজ্যিক কেবিনেটৰ …
ৰাজ্যৰ শিক্ষাবৰ্ষ সলনি হ’ল: অনুমোদন ৰাজ্যিক কেবিনেটৰ … বিশ্বৰ লগতে অসমতো চলি আছে ক’ৰোনা মহামৰীৰ তাণ্ডৱ। ৰাজ্যৰ আন আন বিষয়ৰ লগতে বন্ধ হৈ অছে শিক্ষখণ্ড। ক’ৰোনা মহামৰীৰ ফলত অসমত সলনি কৰা হ’ল ৰাজ্যৰ শিক্ষাবৰ্ষ। বৰ্ষৰ ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈ হ’ব নতুন শিক্ষাবৰ্ষ। কোৰোনা সংকটৰ পৰিপ্ৰেক্ষিতত সোমবাৰৰ কেবিনেটে এই সিদ্ধান্তৰ অনুমোদন জনায় । উল্লেখ্য কিছুদিনৰ …
লকডাউনত মহানগৰীৰ কোন কেইটা পেট্ৰ’ল পাম্প খোলা থাকিব…
লকডাউনত মহানগৰীৰ কোন কেইটা পেট্ৰ’ল পাম্প খোলা থাকিব… ক’ৰোনা মহামাৰীৰ প্ৰতি লক্ষ ৰাখি দেওবাৰৰ নিশা ১২ বজাৰ পৰা সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে গুৱাহাটীত। এই সময়চোৱাত ফাৰ্মাচী, চিকিৎসালয় বা আন জৰুৰী সেৱাৰ সৈতে জড়িত লোকসকলৰ বাদে কোনো লোক বাহিৰলৈ ওলাব নোৱাৰিব। কিন্তু জৰুৰীকালীন সেৱাৰে জড়িত লোকসকলৰ বাহন এই লকডাউনৰ সময়তো চলি থাকিব। সেই সময়ত জৰুৰীকালীন …
সমগ্ৰ অসমতে এতিয়া বানৰ তাণ্ডৱ।
সমগ্ৰ অসমতে এতিয়া বানৰ তাণ্ডৱ: যোৱা কিছুদিন ধৰি নেৰা নেপেৰা বৰষুন দি অছে অসমত। অসমত নেৰা নেপেৰা বৰষুনৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ লগতে সৰু বৰ উপনৈ সমুহৰ জলস্তৰ বাঢ়ি অহা দেখা গৈছে। সমগ্ৰ অসমত এ এতিয়া ক’ৰোনা মহামাৰীৰ লগতে অব্যাহত অছে বানৰ তাণ্ডৱ। উজনি অসমৰ লগত এ নামনি অসমত ও বানৰ কাল ৰূপ পৰিলক্ষিত হৈছে। নদীৰ …
ব্ৰহ্মপূত্ৰৰ বাঢ়নী পানীৰ বানৰ তাণ্ডৱ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান্ত:
ব্ৰহ্মপূত্ৰৰ বাঢ়নী পানীৰ বানৰ তাণ্ডৱ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত: বিগত কেইবাদিনো ধৰি হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ লগতে তাৰ উপনৈৰ বাঢ়নী পানীয়ে সমগ্ৰ অসমত তাণ্ডৱৰ সৃষ্টি কৰিছে। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কাজিঙা ৰাষ্ট্ৰীয় উদ্যানত ন ন অঞ্চল প্লাৱিত কৰিছে। এটাৰ পিছত এটা কৈ বন শিবিৰৰ তলেৰে বৈছে পানী। ইতিমধ্যে অসমৰ আন আন ঠাইৰ বানাক্ৰান্ত পৰিয়াল …
গুৱাহাটীৰ বজাৰত এতিয়া শাক পাছলিৰ মূল্য বহু গুণে বাঢ়িছে:
গুৱাহাটীৰ বজাৰত এতিয়া শাক পাছলিৰ মূল্য বহু গুণে বাঢ়িছে: ২৯ জুন, ২০২০ৰ পৰা মহানগৰীত ১৪ দিনৰ বাবে হ’ব লকডাউন। এন এইচ চি এমৰ মুখ্য কাৰ্যালয়ত অনিচ্ছা স্বত্তেও গুৱাহাটীত লকডাউন দিব লগা হোৱা বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। সাধাৰণ শাক-পাচলিৰ লগতে সাধাৰণতে ব্যৱহাৰ কৰা আলু পিয়াজৰ মূল্য বৃদ্ধি বজাৰত। বজাৰলৈ যোৱা মানুহ অচেতন হোৱা …
অসমত বৃদ্ধি পাই আছে পেট্ৰ’ল-ডিজেলৰ মূল্য…
অসমত বৃদ্ধি পাই আছে পেট্ৰ’ল-ডিজেলৰ মূল্য… বিগত কিছুদিন ধৰি অসমত বৃদ্ধি পাই আছে পেট্ৰ’ল-ডিজেলৰ মূল্য। যাৰ ফলত অশান্ত হৈ পৰিছে ভুক্তভূগী জনতা। শনিবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ মূল্য। পেট্ৰলৰ প্ৰটি লিটাৰত ৫৯ পইচা কৈ বৃদ্ধি হয়। আনহাতে ডিজেল প্ৰটি লিটাৰত ৫৬ পইচা বৃদ্ধি পাইছে। যাৰ ফলত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম শনিবাৰে গুৱাহাটীত ৮৪.৯৪ টকা। …
‘Fair & Lovely’ পেকেটত নাথাকিব ‘ফেয়াৰ’ শব্দ:
‘Fair & Lovely’ পেকেটত নাথাকিব ‘ফেয়াৰ’ শব্দ এতিয়াৰ পৰা ‘ফেয়াৰ এণ্ড লাভলী’ৰ পেকেটত নাথাকিব ফেয়াৰ শব্দ। ‘ফেয়াৰ’ শব্দটো আমেৰিকাৰ ইউনিলিভাৰ কোম্পানীয়ে নিজৰ এই ব্ৰেণ্ডৰ পৰা আঁতৰ কৰিব । ফেয়াৰ শব্দৰ লগতে লাইটিং বা হোৱাইটনিঙৰ দৰে শব্দৰো ব্যৱহাৰ নকৰে কোম্পানীটোৱে। এই সিদ্ধান্ত লোৱাৰ আচল কাৰণ হ’ল বৰ্ণবাদ। আমেৰিকাৰ দৰে দেশত পুনৰ বৰ্নবাদ দেখা দিয়া পৰিলক্ষিত হৈচে। …
২৪ ঘণ্টাত ৩২জন লোক ক’ৰোনাত আক্ৰান্ত, তেজপুৰ আৰু বৰপেটা মেডিকেল কলেজত
২৪ ঘণ্টাত ৩২জন লোক ক’ৰোনাত আক্ৰান্ত, তেজপুৰ আৰু বৰপেটা মেডিকেল কলেজত ৰাজ্যত ক্ৰমান্বয়ে ভয়ংকৰ ৰূপ লৈছে ক’ৰোনাই। ২৪ঘণ্টাৰ ভিতৰত বৰপেটা মেডিকেল কলেজ হাস্পতালতো আক্ৰান্ত হৈছে দুজন কনিষ্ঠ চিকিৎসকসহ ৪জনকৈ লোক। আনহাতে তেজপুৰ মেডিকেল কলেজ হাস্পতালত আক্ৰান্ত হৈছে ২৩জনকৈ লোক। তেজপুৰ মেডিকেল কলেজ হাস্পতালৰ ২৯গৰাকী চিকিৎসা সেৱাৰ লগত জড়িত লোক আক্ৰান্ত হৈছে ক’ৰোনাত। জানিব পৰা মতে …