News in Assam- Career News in India
  • Home
  • Assam News
  • Hindi News
  • News
  • Education
  • Sports
No Result
View All Result
  • Home
  • Assam News
  • Hindi News
  • News
  • Education
  • Sports
No Result
View All Result
News in Assam
No Result
View All Result
Home News Assamese News

উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে অনলাইন আবেদনৰ আহ্বান কটন বিশ্ববিদ্যালয়ৰ..

Nabarun Kumar Dutta by Nabarun Kumar Dutta
July 6, 2020
in Assam, Assam News, Assamese News, Gauhati News, News
0 0
0
উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে অনলাইন আবেদনৰ আহ্বান কটন বিশ্ববিদ্যালয়ৰ..
1
SHARES
12
VIEWS
Share on FacebookShare on Twitter

উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে অনলাইন আবেদনৰ আহ্বান কটন বিশ্ববিদ্যালয়ৰ..

ক’ৰোনা সংকটৰ  মাজতে উচ্চতৰ মাধ্যমিকত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীক অনলাইন আবেদনৰ আহ্বান জনাইছে কটন বিশ্ববিদ্যালয়ে। বিশ্ববিদ্যালয়খনে বিজ্ঞান আৰু কলা শাখাৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে ইতিমধ্যে আবেদন প্ৰক্ৰিয়া মুকলি কৰিছে । হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে আবেদন কৰা ববে SEBA ই জাৰি কৰা website ‘aaneswan.sebaonline.org’ ত কৰিব লাগিব। এই প’র্টেলৰ মাধ্যমেৰে অনলাইন আবেদনৰ অন্তিম তাৰিখ হ’ব ১৫ জুলাই।

উল্লেখ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ শিক্ষার্থীসকলৰ সহায়ক হোৱাকৈ  ছেবাই অনলাইন আবেদনৰ মাধ্যমেৰে নামভর্তি কৰাৰ বাবে এই প’র্টেলটো প্ৰস্তুত কৰিছে।

বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পঞ্জিয়ক ড০ সঞ্জয় কুমাৰ দত্তই জনাইছে যে পৰিস্থিতি প্ৰতি লখ্য ৰাখি উচ্চতৰ মাধ্যমিকত নামভর্তিৰ বাবে বিশ্ববিদ্যালয়খনে নিজাকৈ আবেদন প’র্টেল খুলিব।  CBSE বা অন্য ব’ৰ্ডৰ অধীনত শিক্ষাৰ্থীসকলৰ বাবে অচিৰেই এই ৱেবছাইটটো মুকলি কৰিব কটন বিশ্ববিদ্যালয়ে।

উল্লেখ্য যে, এইবাৰ ৰাজ্য চৰকাৰৰ নির্দেশ অনুসৰি নামভর্তি প্রক্রিয়া সম্পূর্ণ অনলাইন কৰা হব।

লগতে নামভর্তিৰ বাবে, শিক্ষার্থীসকলে প্রথমে উচ্চ শিক্ষা সঞ্চালকালয়ৰ প’র্টেলত ইউনিক আইডি তৈয়াৰ কৰিব লাগিব।

Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com

You can talk to me My email id [email protected]

Previous Post

এইবাৰ হোম কোৱাৰেণ্টাইনত বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি…

Next Post

অংক চাৰৰ সৈতে ভিডিঅ ভাইৰেল হোৱাৰ পিছতে দিছপুৰ কলেজৰ সহকাৰী অধ্যাপিকাৰ পদত্যাগ…

Next Post
অংক চাৰৰ সৈতে ভিডিঅ ভাইৰেল হোৱাৰ পিছতে দিছপুৰ কলেজৰ সহকাৰী অধ্যাপিকাৰ পদত্যাগ…

অংক চাৰৰ সৈতে ভিডিঅ ভাইৰেল হোৱাৰ পিছতে দিছপুৰ কলেজৰ সহকাৰী অধ্যাপিকাৰ পদত্যাগ…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

No Result
View All Result

Recent Posts

  • পঞ্চায়ত আৰু গ্ৰামোন্নয়ন (PNRD), অসম- 4 একাউণ্টেণ্ট আৰু একাউণ্ট সহায়ক খালী পদ
  • শ্ৰম কল্যাণ বিভাগৰ নিযুক্তি 2022 – 4 সহকাৰী আৰু পৰিদৰ্শকৰ খালী পদ
  • ডাকঘৰত নতুন চাকৰি- ৩৮৯২৬ গ্ৰামীন ডাক সেৱক খালী পদ
  • Probo App কি আৰু ইয়াক ব্যৱহাৰ কৰি কেনেকৈ টকা উপাৰ্জন কৰিব লাগে?
  • Assam Police SI Admit Card 2022 – Sub Inspector (UB AB) Written Exam Date

Archives

Categories

Categories

  • 10th
  • 12th
  • Admission Notice
  • Admit Card
  • AHSEC
  • All Over India
  • Andhra Pradesh
  • Answer Key
  • APSC
  • APSC GK
  • Arsenal
  • Arunachal
  • Assam
  • Assam Govt Jobs
  • Assam Job
  • Assam News
  • Assam Police
  • Assam Rifles
  • Assam TET
  • Assamese News
  • B. Com
  • B.Ed
  • B.Sc
  • B.Tech
  • BA
  • Bangalore
  • Bank Job
  • Bhattadev university
  • Bihar
  • Bihar Govt Jobs
  • Books
  • Business News
  • Central Govt Jobs
  • Chhattisgarh
  • Civil Engineer
  • Computer
  • Cotton University
  • Cricket
  • Current Affair
  • Deface Job
  • Degree
  • Delhi
  • Delhi Police
  • Dibrugarh University
  • Documents
  • DTH
  • Education
  • Email
  • Engineer
  • Engineering
  • English
  • English News
  • Entertainment
  • Exam Paper
  • Exam Papers
  • Exam Routine
  • Football
  • France
  • Gauhati News
  • Gauhati University
  • Govt job
  • Graduate
  • Gujarat
  • Himachal Pradesh
  • Hindi News
  • Indian Air Force
  • Indian Army
  • Indian government
  • Indian Navy
  • International
  • IOCL
  • ITI
  • Jammu & Kashmir
  • Jharkhand
  • Jharkhand govt jobs
  • Job News Assam
  • Karnataka
  • KKHSOU
  • Latest Updates
  • M.Com
  • M.Tech
  • Madhya Pradesh
  • Maharashtra
  • Manchester City
  • MANGALORE
  • Master's Degree
  • MBA
  • MBBS
  • Meghalaya
  • Meghalaya
  • Mizoram
  • Mock Test
  • MSc
  • Mumbai
  • Nagaland
  • Nagaland News
  • Nalbari News
  • NET/SLET/SET
  • News
  • Northeast
  • Notification
  • NRC
  • Odisha
  • OIL
  • ONGC
  • Ph.D
  • Pin Codes
  • Police Jobs
  • Political News
  • Post Graduate
  • Post Office
  • Private Sector Job
  • Punjab
  • Question Paper
  • Railway
  • Rajasthan
  • RBI
  • Result
  • SBI
  • Scholarship
  • Sports
  • Syllabus
  • Tamil Nadu
  • Tamil Nadu Govt
  • Telengana
  • TET
  • Tottenham Hotspur
  • Trending
  • Trending1
  • Tripura
  • Uncategorized
  • Upcoming Admit
  • UPSC
  • Uttar Pradesh
  • Uttarakhand
  • West Bengal
  • নিয়োগ বাতৰি
  • Privacy policy
  • About us
  • Disclaimer
  • Contact Us

Copyright 2020 © All rights Reserved | Our Sitemap | Powered by Assam Brothers

No Result
View All Result
  • Home
  • Assam News
  • Hindi News
  • News
  • Education
  • Sports

Copyright 2020 © All rights Reserved | Our Sitemap | Powered by Assam Brothers

Welcome Back!

Login to your account below

Forgotten Password?

Create New Account!

Fill the forms bellow to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In
close