IDBI বেংকত ৬০০ টা সহকাৰী প্ৰবন্ধক পদ খালী: IDBI Bank 600 Assistant Manager Recruitment 2019: IDBI বেংকত ৬০০ টা সহকাৰী প্ৰবন্ধক (Assistant Manager) পদৰ বাবে অনলাইন যোগেৰে আবেদন বিচৰা হৈছে। উপযুক্ত অৰ্হতা সম্পন্ন পাৰ্থীয়ে ৩ জুলাই ২০১৯ ভিতৰত অনলাইন যোগেৰে আবেদন কাৰিব পাৰিব। লগতে আপোনালৈ অনুৰোধ বিভিন্ন নিয়োগ সম্পৰ্কীয় খবৰ লবলৈ আমাৰ ৱেবছাইত AllJobAssam.com সদাই …