IDBI বেংকত ৬০০ টা সহকাৰী প্ৰবন্ধক পদ খালী: IDBI Bank 600 Assistant Manager Recruitment 2019: IDBI বেংকত ৬০০ টা সহকাৰী প্ৰবন্ধক (Assistant Manager) পদৰ বাবে অনলাইন যোগেৰে আবেদন বিচৰা হৈছে। উপযুক্ত অৰ্হতা সম্পন্ন পাৰ্থীয়ে ৩ জুলাই ২০১৯ ভিতৰত অনলাইন যোগেৰে আবেদন কাৰিব পাৰিব। লগতে আপোনালৈ অনুৰোধ বিভিন্ন নিয়োগ সম্পৰ্কীয় খবৰ লবলৈ আমাৰ ৱেবছাইত AllJobAssam.com সদাই Visit কৰে যেন।
IDBI Bank Recruitment 2019- 600 Assistant Manager | Apply Online @idbibank.in
পদৰ নাম: সহকাৰী প্ৰবন্ধক
মুঠ পদ: ৬০০ টা (ইয়াৰে সাধাৰন শ্ৰেনীৰ বাবে ২৭৩ টা, অনুসুচিত জাতিৰ কাৰনে ৯০ টা, অনুসুচিত জন জাতিৰ কাৰনে ৪৫ টা, আৰ্থিক ভাবে দুৰ্বল শ্ৰেনীৰ কাৰনে ৩০ টা, অন্যান্য পিচপৰা জাতিৰ কাৰনে ১৬২ টা)
শিক্ষাগত অৰ্হতা: স্নাতক
বয়স: ২১ বছৰ পৰা ২৮ বছৰ হব লাগিব।
আবেদনৰ মাচু;
Rs 150/- for SC/ST/PWD candidates
Rs 700/- for all others
আবদেনৰ অন্তিম তাৰিখ: ৩ জুলাই ২০১৯
অধিক জানিবলৈ তলত দিয়া লিংকত ক্লিক কৰে যেন…