কৰ্মচাৰী ভৱিষ্যনীধি আয়োগত ২৮০ টা পদ খালী: EPFO Recruitment 2019: কৰ্মচাৰী ভৱিষ্যনীধি আয়োগত ২৮০ (280) টা বিভিন্ন পদৰ বাবে আবেদন বিচৰা হৈছে। নিম্নলিখিত পদৰ বাবে ইচ্ছুক পাৰ্থীয়ে অনলাইনৰ মাধ্যমত আবেদন কৰিব পাৰিব। লগতে বন্ধু সকলক জনাও যে নিয়োগ সম্পৰ্কিয় বাতৰি লবলৈ আমাৰ ৱেবছাইত AllJobAssam.com visit কাৰে যেন। Employees’ Provident Fund Organisation (EPFO) Assistant Recruitment 2019 …