কৰ্মচাৰী ভৱিষ্যনীধি আয়োগত ২৮০ টা পদ খালী: EPFO Recruitment 2019: কৰ্মচাৰী ভৱিষ্যনীধি আয়োগত ২৮০ (280) টা বিভিন্ন পদৰ বাবে আবেদন বিচৰা হৈছে। নিম্নলিখিত পদৰ বাবে ইচ্ছুক পাৰ্থীয়ে অনলাইনৰ মাধ্যমত আবেদন কৰিব পাৰিব। লগতে বন্ধু সকলক জনাও যে নিয়োগ সম্পৰ্কিয় বাতৰি লবলৈ আমাৰ ৱেবছাইত AllJobAssam.com visit কাৰে যেন।
Employees’ Provident Fund Organisation (EPFO) Assistant Recruitment 2019
পদৰ নাম: সহকাৰী (Assistant)
পদৰ সংখ্যা: 280 টা (UR-113 টা, SC-42 টা, EWS- 28 টা, ST-21 টা, OBC-NCL-76 টা)
Educational Qualification শিক্ষাগত অৰ্হতা: আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব।
Salary দৰমহা: প্ৰতি মাহে 44,900 টকা হিচাপত দৰমহা দিয়া হব।
Age Limit বয়স: 22 ৰ পৰা 27 বছৰৰ ভিতৰত হব লাগিব।
Application Fees আবেদনৰ মাচুল
এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে সংৰক্ষিত বৰ্গৰ বাবে 250 টকা আৰু সাধাৰণ বৰ্গৰ বাবে 500 টকা আবেদন মাচুল দিব লাগিব।
অনলাইন আবেদন সমাপ্ত হব/আবেদনৰ অন্তিম তাৰিখ: 25/06/2019
অধিক জানিবলৈ তলত দিয়া লিংকত ক্লিক কাৰে যেন…