Connect with us

Central Central Government Jobs

কৰ্মচাৰী ভৱিষ্যনীধি আয়োগত ২৮০ টা পদ খালী: EPFO Recruitment 2019

Published

on

কৰ্মচাৰী ভৱিষ্যনীধি আয়োগত ২৮০  টা পদ খালী: EPFO Recruitment 2019: কৰ্মচাৰী ভৱিষ্যনীধি আয়োগত ২৮০ (280) টা বিভিন্ন পদৰ বাবে আবেদন বিচৰা হৈছে। নিম্নলিখিত পদৰ বাবে ইচ্ছুক পাৰ্থীয়ে অনলাইনৰ মাধ্যমত আবেদন কৰিব পাৰিব। লগতে বন্ধু সকলক জনাও যে নিয়োগ সম্পৰ্কিয় বাতৰি লবলৈ আমাৰ ৱেবছাইত AllJobAssam.com visit কাৰে যেন।

Employees’ Provident Fund Organisation (EPFO) Assistant Recruitment 2019

পদৰ নাম: সহকাৰী (Assistant)

Ads

পদৰ সংখ্যা:   280 টা (UR-113 টা, SC-42 টা, EWS- 28 টা, ST-21 টা, OBC-NCL-76 টা)

Educational Qualification শিক্ষাগত অৰ্হতা:  আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব।

Salary দৰমহা: প্ৰতি মাহে 44,900 টকা হিচাপত দৰমহা দিয়া হব।

Age Limit বয়স: 22 ৰ পৰা 27 বছৰৰ ভিতৰত হব লাগিব।

Application Fees আবেদনৰ মাচুল

এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে সংৰক্ষিত বৰ্গৰ বাবে 250 টকা আৰু সাধাৰণ বৰ্গৰ বাবে 500 টকা আবেদন মাচুল দিব লাগিব।

অনলাইন আবেদন সমাপ্ত হব/আবেদনৰ অন্তিম তাৰিখ: 25/06/2019

অধিক জানিবলৈ তলত দিয়া লিংকত ক্লিক কাৰে যেন…

Click Here

Ads Below The Content

Recent Posts

Recent Comments

Archives

Categories

Meta

Assam Govt Jobs

Copyright © 2019 The Sarkari Results. Theme by The Nitesh Arya, powered by WordPress.