মাজুলীৰ ডিচি অফিচত ফোৰ্থ গ্ৰেড পদ মুকলি ২০২০-DC Majuli Recruitment Grade-IV Posts 2020- Apply Offline

মাজুলীৰ ডিচি অফিচত ফোৰ্থ গ্ৰেড পদ মুকলি ২০২০-DC Majuli Recruitment Grade-IV Posts 2020-Apply Offline: মাজুলীৰ ডিচি অফিচে ৩ টা পিয়ন, চকীদাৰ আৰু ৰুম বিয়াৰাৰ (Peon, Chowkidar, Room Bearer) পদৰ বিজ্ঞাপন মুকলি কৰিছে । আবেদন ১০-০১-২০২০ তাৰিখৰ পৰা ২৪-০১-২০২০ তাৰিখৰ ভিতৰত কৰিব পাৰিব । মাজুলীৰ ডিচি অফিচৰ ফোৰ্থ গ্ৰেড পদৰ এপ্লিকেছন ফৰ্ম, (Application Form) তাৰিখ, (Date) আদিকে ধৰি সকলোখিনি আমাৰ ৱেৱচাইট www.newsinassam.com ত পাব ।আপোনালোকে অধিক জানিবৰ বাবে মাজুলীৰ ডিচি অফিচৰ ৱেৱচাইট http://niyog.assam.gov.in/majuli/ চাব পাৰে । অধিক নিয়োগ সম্পৰ্কীয় বাতৰি পাবলৈ আমাৰ ৱেৱচাইট Newsinassam.com সদায় visit কৰে যেন…

DC Majuli Recruitment Grade-IV Posts 2020

DC Majuli Recruitment Grade-IV Posts 2020:

The Deputy Commissioner, Majuli applications are Invited from intending eligible candidates, domiciled in the State of Assam in the Standard Form of Application for filling up of the under mentioned sanctioned vacant posts in the Amalgamated Establishment of Deputy Commissioner, Majuli in the Pay Bands & Grade Pay with other allowances as admissible under Rule The details are as shown below

 

DC Majuli Recruitment Grade-IV Posts 2020-Notification Details

মাজুলীৰ ডিচি অফিচৰ ৩ টা পিয়ন, চকীদাৰ আৰু ৰুম বিয়াৰাৰ পদৰ বিজ্ঞাপনৰ বিৱৰণ তলত দিয়া হ’ল ।

DC Majuli Recruitment 2020Details
Organization NameThe Commissioner and Secretary to the Govt. of Assam,
Job CategoryAssam Government Job
Job RolePeon, Chowkidar, Room Bearer
Total Post03
Apply ModeOffline
Starting Date10-01-2020
Last Date24-01-2020
Official Websitehttp://niyog.assam.gov.in/majuli/

 

DC Majuli Recruitment Grade-IV Posts 2020-Vacancy Details

মাজুলীৰ ডিচি অফিচৰ ৩ টা পিয়ন, চকীদাৰ আৰু ৰুম বিয়াৰাৰ পদৰ খালী পদৰ বিৱৰণ তলত দিয়া হ’ল ।

SI NoName of the PostNo. of PostReservation
1Peon01(one)UR
2Chowkidar01(one)UR
3Room Bearer01(one)UR

DC Majuli Recruitment Grade-IV Posts 2020-Educational Qualification

মাজুলীৰ ডিচি অফিচৰ ৩ টা পিয়ন, চকীদাৰ আৰু ৰুম বিয়াৰাৰ পদৰ শিক্ষাগত অৰ্হতা তলত দিয়া হ’ল ।

Name of the PostEducational Qualification
PeonClass VIII Pass
ChowkidarClass VIII Pass
Room BearerClass VIII Pass

DC Majuli Recruitment Grade-IV Posts 2020-Important Dates

মাজুলীৰ ডিচি অফিচৰ ৩ টা পিয়ন, চকীদাৰ আৰু ৰুম বিয়াৰাৰ পদৰ গুৰুত্বপূৰ্ণ তাৰিখ তলত দিয়া হ’ল ।

DC Majuli Recruitment 2020Important Dates
Advertisement Published Date10-01-2020
Last date of Application24-01-2020 up to 5.00 PM

 

অধিক জানিবলৈ আৰু  সম্পূৰ্ণ বিজ্ঞাপন চাবলৈ তলৰ লিংকত ক্লিক কৰক: 

                                 DC Majuli Recruitment Grade-IV Posts 2020

 

Join Us

 Join Our Whatsapp GroupClick Here
 Like our Facebook Page
Click Here
 Follow us Twitter
Click Here

 

 

 

Leave a Comment