Assam Rifles Recruitment 2023 : Apply 616 Technical And Tradesman posts: শেহতীয়াকৈ Assam Rifles ে ৬১৬ টা টেকনিকেল আৰু ট্ৰেডছমেন পদৰ নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰিছে ৷ আবেদন কৰিব বিচৰা ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীসকলে ১৭ ফেব্ৰুৱাৰী ২০২৩ ৰ পৰা Assam Rifles Online Application পূৰণ কৰিব পাৰিব। অনলাইন আবেদন জমা দিয়াৰ শেষ তাৰিখ ১৯ মাৰ্চ ২০২৩ ৷ …