DEE Assam LP UP Teacher Recruitment 2023 – Online Apply For 5320 Posts: অসমৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত অসমৰ নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত ৫৩২০ টা সহকাৰী শিক্ষকৰ খালী পদৰ বাবে প্ৰাথমিক শিক্ষা সঞ্চালকালয় (DEE), অসমৰ নিযুক্তিৰ বিজ্ঞাপন শেহতীয়াকৈ প্ৰকাশ কৰিছে. এই পদৰ আনুষ্ঠানিক অধিসূচনা DEE Assam য়ে নিজৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰিব। আৱেদন বিচৰা …