অসম আৰক্ষী কমাণ্ডো বেটেলিয়নৰ শেহতীয়া চাকৰিৰ বিজ্ঞাপন Notifcation 2023 অসম কমাণ্ডো বেটেলিয়নৰ নিযুক্তি ২০২৩: ৪২ টা উপ পৰিদৰ্শক (SI) খালী পদৰ বাবে অনলাইন আবেদন: ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ড, অসম (এছ এল পি আৰ বি অসম)ই শেহতীয়াকৈ নতুনকৈ গঠন কৰা অসম কমাণ্ডো বেটেলিয়নৰ ৪২ টা উপ পৰিদৰ্শক (SI) পদৰ নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰিছে ৷ এই …