মঙলবাৰৰ পৰা আৰম্ভ হৈছে আনল’ক-৪…
ভাৰতত এতিয়াও ক’ৰোনাৰ সংক্ৰমন দ্ৰুত গতিত বাঢ়ি গৈ আছে। কভিড-১৯ত আক্ৰান্ত হৈছে দেশৰ বহু লোক। তাৰমাজতে মঙলবাৰ ১ ছেপ্টেম্বৰৰ পৰা চতুৰ্থ পৰ্যায়ৰ আনল’ক-৪ আৰম্ভ হৈছে। কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে নতুন গাইডলাইন।
এই নতুন গাইডলাইনত কৰি দিয়া হৈছে বহুখিনি শিথিলতা। এই নীতি মতে যান-বাহন চলাচল পুনৰ আৰম্ভ কৰা হৈছে। লগতে প্ৰায়ভাগ কাৰ্যালয়ো খুলি দিয়া হৈছে। হোটেল-ৰেষ্টুৰা বহু ৰাজ্যত ১ ছেপ্টেম্বৰৰ পৰা খুলিবলৈ দিয়া হৈছে। কন্টেইনমেন্ট জ’ন বাদ দি বাকীবোৰ এলেকাত পৰিস্থিতি প্ৰায় সামান্য হৈছে।
[jnews_block_2 ]