হেক কৰা হৈছে টুইটাৰ একাউন্ট, ‘বিল গেটছ, বাৰাক ওবামাৰ লগতে কেইবাজনো ব্যক্তিৰ’…

হেক কৰা হৈছে টুইটাৰ একাউন্ট, ‘বিল গেটছ, বাৰাক ওবামাৰ লগতে কেইবাজনো ব্যক্তিৰ’…

দুষ্ট চক্ৰই হেক কৰিছে আমেৰিকাৰ প্ৰায় কেইজন প্ৰভাৱশালী ব্যক্তিৰ টুইটাৰ একাউন্ট। যোৱা বুধবাৰেই কেইবাজনো ব্যক্তিৰ একাউন্ট হেক কৰি তাত বিভিন্ন ধৰণৰ পোষ্ট আপলোড কৰি থকাৰ কথা উল্লেখ কৰিছে টুইটাৰ কৰ্তৃপক্ষই।

 আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামা, মাইক্ৰচফ’টৰ সহ প্ৰতিষ্ঠাপক বিল গেটছ, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতন্যাহু, আমেৰিকাৰ প্ৰাক্তন উপ ৰাষ্ট্ৰপতি জে বিদ্ৰেনৰ লগতে কেইবাজনো বিখ্যাত ব্যক্তিৰ একাউন্ট হেক কৰা বুলি জানিব পোৱা গৈছে।

আনফালে এই সমগ্ৰ ঘটনাৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি টুইটাৰ কৰ্তৃপক্ষই এই ঘটনাৰ ওপৰত তেওলোকে তদন্ত কৰি আছে বুলি জানিব দিছে। সকলো একাউণ্ট পুণৰুদ্ধাৰৰ বাবে বৰ্তমান চেষ্টা কৰি থকা হৈছে। তেওলোকে অতি সোনকালে সকলো একাউন্ট আপডেট কৰিব বুলি জানিব দিছে।

About Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com You can talk to me My email id [email protected]

Check Also

অসমৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱে প্ৰাথমিক শিক্ষকসকলৰ দাবীসমূহ চোৱা-চিতা কৰাৰ আশ্বাস দিছে

অসমৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱে প্ৰাথমিক শিক্ষকসকলৰ দাবীসমূহ চোৱা-চিতা কৰাৰ আশ্বাস দিছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ...

Read more

Leave a Reply

Your email address will not be published. Required fields are marked *