ডি. ই. ই. অসমত ৯৬৩৫ টা ৰেগুলাৰ শিক্ষক পদ খালী-DEE Assam 9635 Asst Teachers Recruitment 2020: ডাইৰেক্টৰেট অব ইলিমেন্টৰি ইডুকেচন, অসমে (Directorate of Elementary Education, Assam) ৫৫১৫ টা এল পি শিক্ষক আৰু ৪১২০ টা ইউ পি শিক্ষক (ৰেগুলাৰ) ৰ পদৰ বিজ্ঞাপন মুকলি কৰিছে । মুঠ পদৰ সংখ্যা ৯৬৩৫ টা । টেট উত্তীৰ্ণ শিক্ষক সকলে ৰেগুলাৰ …