ডি. ই. ই. অসমত ৯৬৩৫ টা ৰেগুলাৰ শিক্ষক পদ খালী-DEE Assam 9635 Asst Teachers Recruitment 2020: ডাইৰেক্টৰেট অব ইলিমেন্টৰি ইডুকেচন, অসমে (Directorate of Elementary Education, Assam) ৫৫১৫ টা এল পি শিক্ষক আৰু ৪১২০ টা ইউ পি শিক্ষক (ৰেগুলাৰ) ৰ পদৰ বিজ্ঞাপন মুকলি কৰিছে । মুঠ পদৰ সংখ্যা ৯৬৩৫ টা । টেট উত্তীৰ্ণ শিক্ষক সকলে ৰেগুলাৰ শিক্ষক পদৰ বাবে আমাৰ এই আৰ্টিকল বা ডি. ই. ই. ৰ অফিচিয়েল ৱেবচাইটৰ যোগেৰে ২৭/০১/২০২০ ৰ পৰা ১১/০২/২০২০ ৰ ভিতৰত আবেদন কৰিব পাৰিব ।
ডি. ই. ই. অসমৰ ৰেগুলাৰ শিক্ষক পদৰ এপ্লিকেছন ফৰ্ম, (Application Form) তাৰিখ, (Date) আদিকে ধৰি সকলোখিনি আমাৰ ৱেবচাইট www.newsinassam.com ত পাব ।আপোনালোকে অধিক জানিবৰ বাবে ডি. ই. ই. অসমৰ ৱেবচাইট www.dee.assam.gov.in চাব পাৰে । অধিক নিয়োগ সম্পৰ্কীয় বাতৰি পাবলৈ আমাৰ ৱেবচাইট Newsinassam.com সদায় visit কৰে যেন…

DEE Assam 9635 Asst Teachers Recruitment 2020:
Directorate of Elementary Education (DEE), Assam has given an Advertisement for the recruitment of 5515 Nos of regular vacant post of teachers in LP School and 4210 Nos of regular vacant post of teachers in UP School. Those Candidates who are interested read the notification in the vacancy details and completed all eligibility criteria can apply online through DEE Assam official website Online Apply Link given at the end of this article.
DEE Assam 9635 Asst Teachers Recruitment 2020-Notification Details
ডাইৰেক্টৰেট অব ইলিমেন্টৰি ইডুকেচন, অসমৰ (Directorate of Elementary Education, Assam) ৫৫১৫ টা এল পি শিক্ষক আৰু ৪১২০ টা ইউ পি শিক্ষক (ৰেগুলাৰ) ৰ পদৰ বিজ্ঞাপনৰ বিৱৰণ তলত দিয়া হ’ল
DEE Assam Recruitment 2020 | Details |
Organization Name | Directorate of Elementary Education, Assam |
Job type | Assam Government Jobs |
Job Location | Assam |
Total Nos of Posts | 9635 |
Category | Teacher Job in Assam |
Starting Date | 27 January 2020 |
Last Date | 11 February 2020 |
Apply mode | Online |
Official Website | www.dee.assam.gov.in |
DEE Assam 9635 Asst Teachers Recruitment 2020-Vacancy Details
ডাইৰেক্টৰেট অব ইলিমেন্টৰি ইডুকেচন, অসমৰ (Directorate of Elementary Education, Assam) ৫৫১৫ টা এল পি শিক্ষক আৰু ৪১২০ টা ইউ পি শিক্ষক (ৰেগুলাৰ) ৰ পদৰ খালী পদৰ বিৱৰণ তলত দিয়া হ’ল
Name of the Posts | No of Vacancy |
Lower Primary Teacher (LP) | 5515 Nos |
Upper Primary Teacher (UP) | 4120 Nos |
Total | 9635 Nos |
DEE Assam 9635 Asst Teachers Recruitment 2020-Important Dates
ডাইৰেক্টৰেট অব ইলিমেন্টৰি ইডুকেচন, অসমৰ (Directorate of Elementary Education, Assam) ৫৫১৫ টা এল পি শিক্ষক আৰু ৪১২০ টা ইউ পি শিক্ষক (ৰেগুলাৰ) ৰ পদৰ গুৰুত্বপূৰ্ণ তাৰিখ তলত দিয়া হ’ল
DEE Assam Recruitment 2020 | Important Dates |
Online Apply Starting Date | 27 January 2020 |
Online Apply Last Date | 11 February 2020 |
Join Us
![]() |
Click Here |
![]() |
Click Here |
![]() |
Click Here |
অধিক জানিবলৈ আৰু সম্পূৰ্ণ বিজ্ঞাপন চাবলৈ তলৰ লিংকত ক্লিক কৰক:
DEE Assam 9635 Asst Teachers Recruitment 2020 |