Connect with us

Private Sector Job

নেৰিটচত ৩৮৬৫০ টা কেন্দ্ৰ সমন্বয়ক পদৰ বাবে আবেদন: NERITS Centre Supervisor Recruitment 2019

Published

on

নেৰিটচত ৩৮৬৫০ টা কেন্দ্ৰ সমন্বয়ক পদৰ বাবে আবেদন: NERITS Centre Supervisor Recruitment 2019: নেৰিটচত ৩৮৬৫০ টা কেন্দ্ৰ সমন্বয়ক (Centre Supervisor) পদৰ বাবে আবেদন বিচৰা হৈছে। আবেদন অফলাইনৰ (ডাক যোগে) মাধ্যমত হব। আবেদন অন্তিম তাৰিখ ২৫ আগষ্ট ২০১৯ । অধিক নিয়োগ সম্পৰ্কীয় বাতৰি জানিবলৈ AllJobAssam.com চাবলৈ নাপাহৰে যেন।


(adsbygoogle = window.adsbygoogle || []).push({});

অসম চৰকা্ৰৰ শিক্ষা বিভাগৰ অনুমতিপ্ৰাপ্ত (পৰিক্ষাৰ বাবে) নেৰিটচৰ প্ৰাথমিক বিদ্যালয় সমুহৰ বৃত্তিমূলক পৰীক্ষা অসমৰ প্ৰতিখন সৰু বৰ ঠাইৰ পৰা বহু সংখ্যক কেন্দ্ৰ সমন্বয়ক ৩৮৬৫০ টা পদত নিযুক্তি দিয়াৰ বাবে ইচ্ছুক অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে।

বিবৰন

পদৰ নাম: কেন্দ্ৰ সমন্বয়ক (Centre Supervisor)

পদৰ সংখ্যা: ৩৮৬৫০ টা

শিক্ষাগত অৰ্হতা: দমশ/ উচ্চতৰ মাধ্যমিক/ স্নাতক

দৰ্মহা: নিযুক্ত হোৱা প্ৰাৰ্থীক নিজ কেন্দ্ৰটোত হোৱা ছাত্ৰ-ছাত্ৰীা পৰিমানৰ (প্ৰতিটো শ্ৰেণীৰ অতিকমেও ২০ টা কৈ) ওপৰত ভিত্তি কৰি ও চুক্তি অনুযায়ী মাহে ৬০০০ টকাৰ পৰা ২২,০০০ টকালৈ মাননী দিয়া হব নতুবা প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে এটি উচ্চ পৰ্যায়ৰ কমিছন দিয়া হব। 

বি.দ্ৰ: সাক্ষাৎকাৰলৈ আহোতে এটি পঞ্জীয়ন মাচুল (সাধাৰন) জমা দিব লাগিব। লখিত সক্ষসৎকাৰ সমূহ চেপ্তেম্বৰ, অক্টোবৰ মাহত হব।

আবেদন কেনেকৈ কাৰিব?

প্ৰাৰ্থীয়ে সাক্ষাৎকাৰ দিব বিচৰা ঠাইৰ নাম (সাক্ষাৎকা্ৰৰ ঠাইৰ নাম জানিবলৈ ইয়াত ক্লিক কৰক) উল্লেখ কৰি নিজৰ সম্পূৰ্ণ ঠিকনাযুক্ত পাচ টকাৰ ডাক টিকত লগোৱা এটা খাম (Envelop) সহ আবেদনৰ লগত গাঠি দি তলৰ ঠিকনাত ২৫ আগষ্ট, ২০১৯ তাৰিখৰ ভিতৰত STANDARD FORM নতুবা Bio-Data দি আবেদন কৰিব পাৰিব

medianet_width = “300”;
medianet_height = “250”;
medianet_crid = “867678947”;
medianet_versionId = “111299”;
(function() {
var isSSL = ‘https:’ == document.location.protocol;
var mnSrc = (isSSL ? ‘https:’ : ‘http:’) + ‘//contextual.media.net/nmedianet.js?cid=8CU45AIX8’ + (isSSL ? ‘&https=1’ : ”);
document.write(”);
})();

ঠিকনা

TO,
THE SECRETARY / MANAGING DIRECTOR
EMPLOYMENT RECRUITMENT TRUST BOARD, PRIMARY LEVEL
NORTH EAST REGIONAL INSTITUTE FOR TALENT SEARCH.
Adminstrative office : Back Side Bornamghar, Ward No,. 1, P.O. Dhekiajuli
Dist. Sonitpur (Assam), Pin 784110 (Ph. 9435180377, 9707028739, 8402961508

Disclaimer
News in Assam does not endorse any non-profit organisations, Job Recruitment Agencies, Charities, Governments, For-Profits Organisations, Private Companies and their products and services listed on the site. All the content published on this site should be considered only as an information resource only to recruiters, jobseekers, advertisers and other site users. We are not responsible for any misrepresentation of facts or accuracy of these jobs, products and services or for external links from this website. Moreover, we do not assure or guarantee of providing any kinds of jobs to job seekers. It is advised that users of this site should exercise caution about the validity of the jobs, especially if any organisation ask for any fees, monetary deposit or investment as a part of its recruitment process. If you find any mistake or misrepresentation of information, please do write to us at: [email protected]

Recent Posts

Recent Comments

Archives

Categories

Meta

Trending

Copyright © 2019 The Sarkari Results. Theme by The Nitesh Arya, powered by WordPress.