Assamese News
মেঘালয়ৰ নতুন ৰাজ্যপাল হিচাবে নিযুক্ত সত্যপাল মালিক…

মেঘালয়ৰ নতুন ৰাজ্যপাল হিচাবে নিযুক্ত সত্যপাল মালিক…
মেঘালয়ত নতুন ৰাজ্যপাৰ নিযুক্তি। মেঘালয়ৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিছে গোৱাৰ ৰাজ্যপাল সত্যপাল মালিকক। গোৱাৰ ৰাজ্যপাল হিচাবে নিযুক্তি প্ৰদান কৰা হৈছে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিঙক । দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে এই নিৰ্দেশ প্ৰদান কৰিছে।
উল্লেখ্য যে, সত্যপাল মালিক গোৱাৰ পূৰ্বে জম্মু-কাশ্মীৰৰ ৰাজ্যপাল আছিল।
[jnews_block_2 ]
You must be logged in to post a comment Login