Connect with us

Assamese News

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, জ্যেষ্ঠ কংগ্ৰেছ নেতা শিৱাজী ৰাও পাটিলৰ মৃত্যু…

Published

on

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, জ্যেষ্ঠ কংগ্ৰেছ নেতা শিৱাজী ৰাও পাটিলৰ মৃত্যু…

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, জ্যেষ্ঠ কংগ্ৰেছ নেতা শিৱাজী ৰাও পাটিলৰ মৃত্যু…

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱাজী ৰাও পাটিলৰ মৃত্যু। উল্লেখ্য যে, যোৱা মাহত জ্যেষ্ঠ কংগ্ৰেছ নেতা শিৱাজী ৰাওৰ দেহত ধৰা পৰিছিল ক’ৰোনা ভাইৰাচৰ।

কিন্তু দুদিনৰ পাছত কৰা স্বাব টেষ্ট পৰীক্ষাত শিৱাজী ৰাওৰ শৰীৰত ক’ভিড নিগেটিভ ধৰা পৰে। এতিয়ালৈকে জ্যেষ্ঠ কংগ্ৰেছ নেতা গৰাকীৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই।

পুনেত মৃত্যু হয় জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীৰ। তেওঁৰ মৃত্যু মহাৰাষ্ট্ৰ কংগ্ৰেছ দলৰ ওপৰত এক প্ৰভাব পৰিব।

[jnews_block_2 ]

Click to comment

You must be logged in to post a comment Login

Leave a Reply

Trending