আজি আছিল আন্তঃজিলা যাতায়তৰ অন্তিম দিন…

আজি আছিল আন্তঃজিলা যাতায়তৰ অন্তিম দিন…

দুদিনৰ বাবে খুলি দিয়া হৈছিল আন্তঃজিলা যাতায়ত ব্যৱস্থা। এই ব্যৱস্থাৰ আজি অন্তিম দিন আছিল। আজি অন্তিমটো দিনত ২৪ খন দুৰনিবটীয়া বাছ চলাৰ ব্যৱস্থা কৰা হৈছিল গুৱাহাটীৰ আই এছ বি টিৰ পৰা উজনি অসমলৈ। এখন বাছত ৩২ গৰাকী লোকৰ বিপৰীতে ১৬গৰাকী লোকেহে যাত্ৰা কৰিব পাৰিছিল এই বাছসেৱাত। উল্লেখ্য যে, সমগ্ৰ অসমতে চলিছিল ৫৫ খনকৈ বাছ। প্ৰয়োজন অনুসৰি যাত্ৰী বৃদ্ধি হ’লে বাছৰ সংখ্যা বৃদ্ধি কৰাৰো কথা আছিল।

[jnews_block_1 ]

About Nabarun Kumar Dutta

Hii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com You can talk to me My email id [email protected]

Check Also

Assam Rifles Recruitment 2023: ৬১৬ টা চাকৰিৰ আৱেদন

Assam Rifles Recruitment 2023 : Apply 616 Technical And Tradesman posts: শেহতীয়াকৈ Assam Rifles ে ...

Read more

Leave a Reply

Your email address will not be published. Required fields are marked *