News in Assam- Career News in India
  • Home
  • Assam News
  • Hindi News
  • News
  • Education
  • Sports
No Result
View All Result
  • Home
  • Assam News
  • Hindi News
  • News
  • Education
  • Sports
No Result
View All Result
News in Assam
No Result
View All Result
Home NRC

'চূড়ান্ত 'NRCত আপোনাৰ নাম কেনেকৈ চাব? How to Check your NRC Assam Final Result 2019?

Dhrubajyoti Haloi by Dhrubajyoti Haloi
August 28, 2019
in NRC
0 0
0
'চূড়ান্ত 'NRCত আপোনাৰ নাম কেনেকৈ চাব? How to Check your NRC Assam Final Result 2019?
0
SHARES
17
VIEWS
Share on FacebookShare on Twitter
  • Facebook
  • Twitter
  • WhatsApp
  • Share

‘চূড়ান্ত ‘NRCত আপোনাৰ নাম কেনেকৈ চাব? How to Check your NRC Assam Final Result 2019?
NRC অসম বিভাগ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে যে অহা ৩১ আগষ্ট ২০১৯ত Assam NRC চূড়ান্ত NRCৰ তালিকা প্ৰকাশ কৰা হব। কেনেকৈ আপোনাৰ নাম NRCত চাব How to Check your Name in NRC Final Result 31 August 2019 তলত উল্লেখ কৰা হ’ল।
অধিক জানিবলৈ ইয়াত ক্লিক কৰক

NRC চূড়ান্ত তালিকা কেনেকৈ চাব? How Check NRC Final Result 2019

১)
ক) ৩০/০৭/২০১৯ তাৰিখে প্ৰকাশিত সম্পুৰ্ন খচৰা NRCত নাম অন্তৰ্ভুক্ত নহোৱা বাবে দাবী প্ৰ-পত্ৰ দাখিল কৰা ব্যক্তিসকলে
-নাইবা-
খ) ১৬/০৬/২০১৯ তাৰিখে প্ৰকাশিত অতিৰিক্ত বাদ দিয়া তালিকা মৰ্ম্মে সম্পূৰ্ন খচৰা NRCৰ পৰা বাদ পৰা ব্যক্তিসকলে,
নাইবা

গ) সম্পূৰ্ন খচৰা ত অন্তৰ্ভুক্ত হোৱা যিসকল ব্যক্তিৰ বিৰুদ্ধে আপত্তি দাখিল হৈছিল সেই ব্যক্তিসকলে –

তেওঁলোকৰ নিৰ্দ্ধাৰিত NSKত/ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত/ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত চূড়ান্ত NRCৰ সংযোজনী অন্তৰ্ভুক্তিৰ স্থিতি চাব পাৰিব। এই তালিকাখন কেৱল সংযোজনী অন্তৰ্ভুক্তিৰ তালিকা (Supplementary List of Inclusions)

ঘ) জানসাধাৰনে তেওঁলোকৰ এ আৰ এন (ARN) টাইপ কৰি অন্তৰ্ভুক্তিৰ স্থিতি সম্পৰ্কে অনলাইন যোগেৰে জানিব পাৰিব।
২)

ক)
i) ৩০/০৭/২০১৮ তাৰিখে প্ৰকাশিত খচৰা NRCত নাম অন্তৰ্ভক্ত হোৱা ব্যক্তিসকলৰ আৰু

II) ২৬/০৬/২০১৯ তাৰিখে প্ৰকাশিত অতিৰিক্ত বাদ দিয়া তালিকা মৰ্ম্মে সম্পুৰ্ণ NRCৰ পৰা বাদ নপৰা ব্যক্তিসকলৰ যিসকলৰ ০৫/০৭/২০১৯ তাৰিখৰ পৰা আৰম্ভ হোৱা কোনো শুনানীত উপস্থিত হ’বলৈ মতা হৈছিল সেইসকল ব্যক্তিয়ে ওপৰৰ ১ নং দফাত উল্লেখ কৰা ধৰনে তেওঁলোকৰ অন্তৰ্ভুক্তিৰ স্থিতি চাব পাৰিব।

খ) ওপৰৰ ২ নং দফাত উল্লেখিত সম্পুৰ্ণ খচৰা NRCত নাম অন্তৰ্ভুক্ত হোৱা আৰু অতিৰিক্ত বাদ পৰা তালিকাৰ পৰা বাৰ নপৰা যি সকল ব্যক্তিক ০৫/০৭/২০১৯ তাৰিখৰ পৰা আৰম্ভ হোৱা কোনো শুনানীত উপস্থিত থাকিবলৈ মতা হোৱা নাছিল, সেইকালে তেওঁলোকৰ অন্তৰ্ভুক্তিৰ সম্পৰ্কে চিন্তা কৰিব নালাগে। তেওঁলোকৰ নাম চুড়ান্ত NRCত অন্তৰ্ভু হৈ ৰ’ব।

 অধিক জানিবলৈ ইয়াত ক্লিক কৰক

Important Note
31.08.2019 তাৰিখৰ পৰা NRC ৱেবচাইটত “Supplementary list of Inclusions / Exclusions status (Final NRC)” লিংক উপলব্ধ হ’ব অধিক জানিবলৈ ইয়াত ক্লিক কৰক
Dhrubajyoti Haloi

I am Dhrubajyoti Haloi. I am a Admin in newsinassam.com.

You can reach me at : [email protected]

  • Facebook
  • Twitter
  • WhatsApp
  • Share
Tags: How to Check your NRC Assam Final Result 2019চূড়ান্ত 'ত আপোনাৰ নাম কেনেকৈ চাব
Previous Post

Centre For Microfinance & Livelihood (CML) (NGO) Recruits Subject Matter Specialist In Boko Aug 2019

Next Post

কীভাবে আপনার নাম NRC Assam ফাইনাল রেজাল্ট 2019 চেক করবেন? How to Check your name NRC Assam Final Result 2019?

Next Post
কীভাবে আপনার নাম NRC Assam ফাইনাল রেজাল্ট 2019 চেক করবেন? How to Check your name NRC Assam Final Result 2019?

কীভাবে আপনার নাম NRC Assam ফাইনাল রেজাল্ট 2019 চেক করবেন? How to Check your name NRC Assam Final Result 2019?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Categories

January 2023
MTWTFSS
 1
2345678
9101112131415
16171819202122
23242526272829
3031 
« Dec    
  • Privacy policy
  • About us
  • Disclaimer
  • Contact Us

Copyright 2020 © All rights Reserved | Our Sitemap | Powered by Assam Brothers

No Result
View All Result
  • Home
  • Assam News
  • Hindi News
  • News
  • Education
  • Sports

Copyright 2020 © All rights Reserved | Our Sitemap | Powered by Assam Brothers

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In