দেশবাসীৰ বাবে বেয়া খবৰ, প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীৰ দেহাৱসান…
- প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীৰ দেহাৱসান।
- ৮৪ বছৰ বয়সত মৃত্যুক আকোৱালি ললে প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীয়ে।
- দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জী।
- দিল্লীৰ আৰ্মীৰ হাস্পাতালত কেইবাদিন ধৰি চিকিৎসাধীন হৈ আছিল প্ৰণৱ মূখাৰ্জী।
- হাস্পাতালত চিকিৎসাধীন অৱস্থাতে মৃত্যু প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীৰ।
- ক’ৰোনা মহামাৰীকে ধৰি কেইবটাও ৰোগত আক্ৰান্ত হৈ আছিল প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকী।
- চন ২০১২ৰ পৰা চন ২০১৭ লৈকে তেখেত ভাৰতৰ ৰাষ্ট্ৰপতি আছিল।
- ভাৰতৰ ৰাজনীতিত তেখতৰ মৃত্যু এক ক্ষতি।