Connect with us

Assam News

পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড মৰিগাঁৱত …

Published

on

পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড মৰিগাঁৱত …

পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড মৰিগাঁৱত …

পুৱতি নিশা মৰিগাঁৱত সংঘটিত এই ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ড সংঘটিত হৈছে মৰিগাঁও চহৰৰ মাজমাজিয়াত থকা মিণ্ডা বাৰত। অগ্নিকাণ্ডৰ ফলত বাৰ খনৰ আটাইবোৰ কোঠা সম্পূৰ্ণৰূপে জুইত জাহ যোৱা কথা পোহৰলৈ আহিছে।

চঅগ্নিনিৰ্বাপক বাহিনীয়ে এই জুই নিৰ্বাপিত কৰে। কোনো দুষ্কৃৰ্তিকাৰীয়ে বাৰ খনত অগ্নিসংযোগ কৰি দিছে বুলি বাৰ খনৰ মালিকে অভিযোগ দাবী কৰিছে।

উক্ত বাৰ খনৰ মালিকৰ অভিযোগ মৰ্মে অগ্নিকাণ্ডৰ সন্দৰ্ভত আৰক্ষীয়ে এই মুহুৰ্তত তদন্ত অব্যাহত ৰাখিছে।

[jnews_block_2 ]

Click to comment

You must be logged in to post a comment Login

Leave a Reply

Trending