24 ঘণ্টাৰ 12 ঘণ্টাই খোলা থাকিব সুৰাৰ দোকান সমূহ…
শেহতীয়াকৈ দিল্লী চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। সুৰাৰ বিপনীসমূহক লৈ এই বিষেশ সিদ্ধান্ত। এতিয়াৰে পৰা দিল্লীত ২৪ ঘণ্টাৰ ১২ঘন্টাই খোলা থাকিব সুৰাৰ বিপনী সমূহ। আবকাৰী বিভাগে এই ক্ষেত্ৰত জাৰি কৰিছে জাননী। এই জাননীত কোৱা হৈছে যে, পুৱা ১০বজাৰ পৰা নিশা ১০ বজালৈকে খোলা থাকিব দিল্লীৰ সুৰাৰ বিপনীসমূহ।
Indian Army Agniveer Latest Notification in Assam 2022
Disclaimer: All Job Assam does not endorse any non-profit organisations, Job Recruitment Agencies, Charities, Governments, For-Profits Organisations, Private Companies and...
Read moreHii I am Nabarun Kumar Dutta . I work as a author in newsinassam.com
You can talk to me My email id [email protected]