কেৰালাৰ ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰায় বৃদ্ধি পাই আছে…
কেৰেলাত কিছুদিন পুৰ্বে সংঘটিত হৈছিল ভয়ংকৰ ভূমিস্খলন। এই ঘটনাত নিহত লোকৰ সংখ্যা ক্ৰমাত বাঢ়ি গৈ আছে। বৰ্তমান এই ভুমিস্খলনত মৃত লোকৰ সংখ্যা ৪২ গৰাকীলৈ বৃদ্ধি হোৱা দেখা গৈছে। দেওঁবাৰে নতুনকৈ ১৬টা মৃতদেহ উদ্ধাৰ কৰা হৈছে।
উল্লেখ্য যে, ইড্ডুকী জিলাত সংঘটিত হৈছিল এই ভয়ংকৰ ভূমিস্খলন। আগলৈ এই ভূমিস্খলনত মৃত লোকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।